এতিয়াৰে পৰা আমাৰ দেশত ৭৫টকাৰ মুদ্ৰা প্ৰৱৰ্তন কৰা হ’ব নেকি? সত্যটো কি?

দেশৰ নতুন সংসদ ভৱন মুকলি কৰা দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটি বিশেষ স্মৃতিচাৰণ মুদ্ৰাও মুকলি কৰে। এই সন্দৰ্ভত বিভিন্ন বা-বাতৰি প্ৰকাশ আৰু প্ৰচাৰ হোৱা দেখা গৈছে। অসমতো একাংশ সংবাদ প্ৰতিস্থান তথা ফেচবুক ব্যৱহাৰকাৰীয়ে বিভিন্ন পোষ্ট দিয়া পৰিলক্ষিত হৈছে। তেনেকুৱা কিছুমান পোষ্ট আমাৰ দৃষ্টিগোচৰ হৈছে। DA News Plus নামৰ এটা সংবাদ প্ৰতিস্থানে তেনেকুৱা এটা বাতৰিত উল্লেখ […]

Continue Reading

অসমৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলক লৈ উৰা বাতৰি? কেতিয়া প্ৰকাশ কৰা হ’ব ফলাফল।

অসমত বৰ্তমান পৰীক্ষাৰ ফলাফল ঘোষণাৰ বতৰ চলি থকা বুলি ক’লেও ভুল কোৱা নহ’ব। কাৰণ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ২২ মে’ ২০২৩ত আকস্মিকভাৱে ঘোষণা কৰাৰ পাছত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণাক লৈয়ো ব্যাপক জল্পনা কল্পনা অব্যাহত আৰম্ভ হয়। বিভিন্নজনে বিভিন্ন তাৰিখৰ কথা উল্লেখ কৰি চ’ছিয়েল মিডিয়াত বিভিন্ন পোষ্ট কৰা নজৰত পৰিছে। শেহতীয়াভাৱে পৰম্পৰা ভংগ কৰি শিক্ষা […]

Continue Reading

জোনমনি ৰাভাৰ দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শী প্ৰনৱ দাসক অপহৰণ কৰি হত্যা কৰা হৈছে নেকি ?

শেহতীয়াভাৱে অসমৰ নগাঁও  জিলাৰ মৰিকলং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমনি ৰাভাৰ দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হোৱা ঘটনাটোক লৈ নতুন নতুন তথ্য পোহৰলৈ আহিছে। প্ৰথম দৃষ্টিত এয়া এক দুৰ্ঘটনা বুলিয়ে জানিব পৰা গৈছিল যদিও পৰৱৰ্তী সময়ত এই ঘটনাটোক লৈ বিভিন্ন দিশ উন্মোচিত হৈছে। লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা নেওগক গৃহৰক্ষী বাহিনীলৈ বদলি কৰাৰ পৰা আৰম্ভ কৰি নাওবৈচাৰ ভাৰপ্ৰাপ্ত […]

Continue Reading

মণিপুৰত সঁচাকৈ এইদৰে এগৰাকী মেইতেই মহিলাক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা হৈছে নেকি?

অতি শেহতীয়াভাৱে মণিপুৰত জনজাতিকৰণক লৈ যি উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে, তাৰে পৰিপ্ৰেক্ষিতত প্ৰায় প্ৰতিদিনেই ন ন খবৰে উত্তৰ পূৰ্বাঞ্চলৰ সংবাদ শিৰোনাম দখল কৰিছে। মেইতেইসকলক জনজাতিৰ মৰ্যাদা দিয়াক লৈ All-Tribal Students’ Union Manipurএ ৩ মে ২০২৩ ত উলিওৱা এক সমদলৰ পাছতে ৰাজ্যখনত এক উত্তেজনাৰ সৃষ্টি হয় আৰু তাৰ পৰা এই হিংসাত্মক ঘটনাই ভয়াৱহ ৰূপ ধাৰণ কৰে। […]

Continue Reading