অম্বুবাচী মেলা উপলক্ষে ২৭জুন ২০২৩ তাৰিখে চৰকাৰে স্থানীয় বন্ধ ঘোষণা কৰিছিল নেকি? সত্যটো কি?

শেহতীয়াভাৱে গুৱাহাটীস্থিত মা কামাখ্যা দেৱালয়ৰ বাৰ্ষিক অম্বুবাচী মেলাৰ অন্ত পৰিছে। দেশ বিদেশৰ ভক্তসকলে এই মেলাত প্ৰতিবছৰে অংশগ্ৰহণ কৰি মা কামাখ্যাৰ আশীষ গ্ৰহণ কৰাটো এক চিৰ পৰিচিত পৰম্পৰা। এইবাৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাছিল। অম্বুবাচী মেলাক কেন্দ্ৰ কৰি কামৰূপ মেট্ৰে জিলা প্ৰশাসনে বিভিন্ন বিধি ব্যৱস্থা কৰিছিল। সুকলমে কোনো বাধা বিধিনি নোহোৱাকৈ মেলাৰ অন্ত পৰে। কিন্তু ইয়াৰ মাজতে […]

Continue Reading