২০২৪ৰ জানুৱাৰীৰ দৃশ্যকে জাপানৰ শেহতীয়া ভূমিকম্পৰ বুলি বিভ্ৰান্তিকৰভাৱে প্ৰচাৰ কৰা হৈছে।
শেহতীয়াকৈ অসমৰ সামাজিক মাধ্যমত অলপতে জাপানত হৈ যোৱা ভূমিকম্প সম্পৰ্কত অনেক ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এক সংবাদ মাধ্য়মৰ ফেচবুক পেজত পৰিবেশন কৰা এটা বাতৰিত কেইখনমান ফটো আৰু এটা ভিডিঅ’ জাপানৰ শেহতীয়া ভূমিকম্পৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে। আমি সেই ফটোকেইখন আৰু ভিডিঅ’টোৰ সত্যতা নিৰূপণ কৰিবলৈ চেষ্টা কৰিলোঁ। Facebook Link Archived Link কিন্তু […]
Continue Reading
