এয়া ইৰাণে ইজৰাইলৰ ওপৰত শ শ মিছাইলেৰে কৰা আক্ৰমণৰ দৃশ্য নহয়। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইৰাণেশ শ মিছাইলেৰে ইজৰাইলৰ ওপৰত কৰা শেহতীয়া আক্ৰমণৰ দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে-  শ শ মিছাইলেৰে ইজৰাইলত ভয়ংকৰ আঘাত ইৰানৰ। ২৮ ইজৰাইলীৰ জীৱন শেষ। সমগ্ৰ ইজৰাইলত জাৰি হাইএলাৰ্ট। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ […]

Continue Reading

আতচবাজী প্ৰদৰ্শনৰ এই দৃশ্য আৰৱত দেৱালী উদযাপনৰ নহয়।

শেহতীয়াকৈ আতচবাজী প্ৰদৰ্শনৰ এক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এই দাবীৰে যে সেয়া ছৌদি আৰৱত দেৱালী উদযাপন কৰাৰ দৃশ্য।  Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি এটা ইউটিউব চেনেলত এই ভিডিঅ’টো ২০২৩ চনৰ […]

Continue Reading

ইউনাইটেড আৰৱ এমিৰেটছৰ মহাকাশচাৰী চুলতান-আল-নিয়াদীয়ে বৰ্তমান মহাকাশত ৰোজা পালন কৰিছে নেকি?

যোৱা ১ মাৰ্চৰ পৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে পবিত্ৰ মাহ ৰমজান মাহ আৰম্ভ হৈছে। এই পৰিপ্ৰেক্ষিতত এটা ছ’চিয়েল মিডিয়া পোষ্ট আমাৰ দৃষ্টিগোচৰ হ’ল য’ত দাবী কৰা হৈছে যে এগৰাকী মুছলমান ধৰ্মাৱলম্বী বিজ্ঞানীয়ে বৰ্তমান মহাকাশত “ৰোজা” পালন কৰি আছে। ইউনাইটেড আৰৱ এমিৰেটছৰ চুলতান-আল-নিয়াদী নামৰ এই মহাকাশচাৰীগৰাকীয়ে বিশ্বৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মহাকাশত ৰোজা পালন কৰা বুলি দাবী […]

Continue Reading