২০২১ চনৰ পাকিস্তানৰ এখন বিয়াৰ ভিডিঅ’কে অপাৰেচন সিন্দূৰৰ সফলতাৰ পাছত আফগানিস্তানৰ তালিবানে কৰা আনন্দ বুলি প্ৰচাৰ কৰা হৈছে।
শেহতীয়াকৈ ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেইল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভাৰতে পাকিস্তানৰ ওপৰত অপাৰেচন সিন্দূৰৰ জৰিয়তে আক্ৰমণ কৰাৰ বাবে আফগানিস্তানত একাংশ তালিবানে এইদৰে নৃত্য কৰি আনন্দ প্ৰকাশ কৰিছে। Facebook Link Archived Link কিন্তু দাবীটো সত্য […]
Continue Reading