হালধীয়া ৰঙৰ কাছটো নেপালৰ মিথিলাত উদ্ধাৰ হোৱা নাই
অলপতে আমাৰ হোৱাটচএপ নম্বৰলৈ এখন বিশেষ ফটো আহিছিল। ফটোখন আছিল এক হালধীয়া ৰঙৰ কাছৰ। দাবী কৰা হৈছে যে এই কাছটো উদ্ধাৰ হৈছে নেপালৰ মিথিলাত। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ। সত্যতা নিৰূপণ পদ্ধতি প্ৰথমে আমি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি কিছু তথ্য পালোঁ। আমি ২০২০ চনৰ অক্টোবৰ মাহৰ ৩০ তাৰিখে […]
Continue Reading