নাসিকত হোৱা ছুখয় যুদ্ধবিমান দুৰ্ঘটনাৰ ভিডিঅ’ এটা ভাৰতৰ ৰাফেল বিমান পাকিস্তানীয়ে ধ্বংস কৰা বুলি মিছা দাবীৰে প্ৰচাৰ।

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভাৰতৰ এখন ৰাফেল বিমান পাকিস্তানীয়ে আক্ৰমণ কৰি বগৰাই দিছে।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণিতে আমি ভাইৰেল ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তাৰ ফলত […]

Continue Reading

আম্বালাৰ ওচৰত ৰাফেল যুঁজাৰু বিমান দুৰ্ঘটনাগ্রস্থ হৈছে বুলি ভুৱা স্ক্ৰীনশ্বট ভাইৰেল!

সংৰক্ষিত লিংক শেহতীয়াকৈ এক সন্দেহজনক টুইটৰ স্ক্ৰীনশ্বট ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । উক্ত ভাইৰেল স্ক্ৰীনশ্বটটোত দাবী কৰা হৈছে যে এখন ৰাফেল যুঁজাৰু বিমান আম্বালাৰ ওচৰত কাৰিকৰী বিজুতিৰ বাবে দুৰ্ঘটনাগ্রস্থ হৈছে আৰু এজন পাইলটৰ মৃত্যু হৈছে । উক্ত টুইটটো ভাৰতীয় বায়ু সেনাৰ ভেৰিফাইড টুইটাৰ একাউণ্টৰ পৰা কৰা বুলি দাবী কৰা হৈছে যিহেতু টুইটটোৰ স্ক্ৰীনশ্বটটোত ব্লুটিক […]

Continue Reading

এইটো ভাৰতলৈ শেহতীয়াকৈ অনা ৰাফেল বিমান কেইখনত আকাশ মাৰ্গতে ইন্ধন ভৰাই থকা সময়ৰ ভিডিঅ’ নহয়!

ফেচবুক লিংক । সংৰক্ষিত লিংক যোৱা ২৯ জুলাই, ২০২০ তাৰিখে ফ্ৰান্সৰ পৰা পাঁচখন ৰাফেল বিমান ভাৰতৰ আম্বালা বিমান ঘাটিত আহি উপস্থিত হ’ল । উক্ত বিমান কেইখন ফ্ৰান্সৰ পৰা জুলাই ২৭ তাৰিখে উৰা মাৰিছিল আৰু ৭০০০ কিলোমটাৰ বাট অতিক্ৰম কৰি আহিছে । জনা গৈছে যে উক্ত বিমানকেইখনত আকাশ মাৰ্গতে ইন্ধন ভৰোৱা হৈছিল আৰু শেহতীয়াকৈ এই বিৰল […]

Continue Reading