২০০৯ চনৰ ভিডিঅ’ ৰাণী দ্বিতীয় এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়া হিচাপে শ্বেয়াৰ কৰা হৈছে

ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুৰ বাবে শোক প্ৰকাশ কৰি থকা সময়তে বাকিংহাম পেলেচত কিছু স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে শ্লোক আবৃত্তি কৰা এটা ভিডিঅ’ হোৱাটচ‌এপৰ যোগেদি অসমত ব্যাপকভাৱে প্ৰচাৰিত হৈছে । দাবী কৰা হৈছে যে ভিডিঅ’টোত ৰাণীৰ অন্ত্যেষ্টিক্ৰিয়াত স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে ভাৰতীয় শ্লোক গোৱা দেখা গৈছে ।  আমাৰ হোৱাটচ‌এপ নম্বৰলৈ উক্ত ভিডিঅ’টো ফ’ৰৱাৰ্ড কৰা হৈছিল। Archived Link […]

Continue Reading

FACT CHECK: কুইন এলিজাবেথে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ দি থকা হ’র্ডিংৰ ভাইৰেল ফটোখন মৰ্ফ কৰা

ব্ৰিটেইনৰ ৰাণী এলিজাবেথৰ এখন ফটো, য’ত লিখা আছে ‘ধন্যবাদ প্ৰধানমন্ত্ৰী মোদী আমাক ভেকচিন প্ৰেৰণ কৰা বাবে। আপুনি এগৰাকী ভাল মানুহ’ ভাইৰেল হৈ পৰিছে। একেই কেপচনেৰে অসমৰ ছ’চিয়েল মিডিয়াত ফটোখন শ্বেয়াৰ কৰি থকা হৈছে। ফেক্ট ক্ৰেছেণ্ডোৰ ফেক্টলাইন নম্বৰ 904 905 3770লৈ এই ফটোখনৰ সত্যতা নিৰূপনৰ বাবে এজন হোৱাটছএপ ব্যৱহাৰকাৰীয়ে প্ৰেৰণ কৰিছিল। Archived Link ফেক্ট ক্ৰেছেণ্ড অসমীয়াই […]

Continue Reading