যশোদাবেন মোদীৰ এই ফটোখন সম্পাদনা কৰা হৈছে।

দেশত লোকসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ হোৱাৰ লগে লগে বিভিন্ন পোষ্ট চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পত্নী যশোদাবেন মোদীৰ এখন ফটো ভাইৰেল হোৱা দেখা গৈছে। এই ফটোখনত যশোদাবেনক এখন কাগজ লৈ থকা দেখা গৈছে। তাত লিখা আছে এইদৰে,”सबसे पहली”गारंटी” उसने.. मुझे दी थी! बाकि आप समझदार हो!(সকলোতকৈ প্ৰথম গ্যেৰাণ্টী তেওঁ মোক দিছিল! […]

Continue Reading

ভাইৰেল ফটোখনত যশোদাবেন মোদীয়ে নৰেন্দ্ৰ মোদীক ঠাট্টা কৰা পোষ্টাৰ লৈ থকা নাই।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পত্নী যশোদাবেনৰ এখন ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ হৈছে। এই ছবিখনত আমি যশোদাবেনক হাতত কাগজ এখন লৈ থিয় হৈ থকা দেখিবলৈ পাওঁ। তাত লিখা আছে যে “যেতিয়া মোৰ স্বামী মোৰ হ’ব নোৱাৰে, তেতিয়া আপোনাৰ বা দেশবাসীৰ বাবে কেনেকৈ হ’ব পাৰিব? এয়া নাৰী সবলীকৰণ নেকি? – যশোদাবেন মোদী” এই ছবিখনৰ সৈতে দাবী কৰা হৈছে […]

Continue Reading