গোৰখপুৰৰ পুৰণি ভিডিঅ’ নয়ডাৰ শেহতীয়া কৰ্মচাৰীৰ বিক্ষোভ প্ৰদৰ্শনৰ দৃশ্য বুলি ভাইৰেল।

মজুৰি বৃদ্ধিৰ দাবীত নয়ডাত কৰ্মচাৰীৰ বিক্ষোভ প্ৰদৰ্শনৰ মাজতে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে। ভিডিঅ’টোত এদল‌ লোকে “উত্তৰ প্ৰদেশ পুলিচ”ৰ এখন বাহন লাঠি, শিল আদিৰে আক্ৰমণ কৰা দেখা গৈছে। দাবী কৰা হৈছে যে সেয়া শেহতীয়াকৈ নয়ডাত প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ বাহন আক্ৰমণ কৰাৰ দৃশ্য।  Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ […]

Continue Reading