এই ফটোখনত ইন্দিৰা গান্ধীয়ে সাগৰীয় আমিষ খাদ্য খাই থকা নাই।
অলপতে আমাৰ হোৱাটচএপ নম্বৰলৈ ইন্দিৰা গান্ধীৰ এখন বিশেষ ফটো ফ’ৰৱাৰ্ড কৰা হৈছিল য’ত তেওঁ কিবা খাদ্য গ্ৰহণ কৰি থকা দেখা গৈছিল। দাবী কৰা হৈছিল যে ব্ৰাহ্মণ হৈয়ো তেওঁ সাগৰীয় (আমিষ) খাদ্য খাইছিল। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি গুগলত গুগল ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ২০১৭ […]
Continue Reading