২০১৫ চনৰ নেপাল ভূইকঁপৰ দৃশ্য শেহতীয়া ৭ জানুৱাৰী,২০২৫ৰ বুলি প্ৰচাৰ।

শেহতীয়াকৈ যোৱা ৭ জানুৱাৰী ২০২৫ত অসমৰ এটা ফেচবুক পেজত বিশেষ ভিডিঅ’ এটা আপলোড কৰা হৈছে আৰু দাবী কৰা হৈছে যে সেইটো সেই দিনটোৰ লাইভ ভিডিঅ’ য’ত নেপালৰ ভয়ংকৰ ভূইকঁপৰ দৃশ্য দেখা গৈছে। কেপছনত লিখিছেঃ-নেপালৰ বিধ্বংসী ভূমিকম্পৰ লাইভ ভিডিঅ চাওঁক ! বুকু কঁপি যাব আপোন‍াৰ । ভিডিঅ’টোৰ ওপৰতো লিখা হৈছেঃ- আজিৰ নেপালৰ ভূমিকম্পৰ প্ৰাবল্য চাওঁক লাইভ। […]

Continue Reading