অৰুণাচল প্ৰদেশত লক ডাউনৰ সময়ত খাবলৈ চাউল নথকাৰ বাবে মানুহে সাপ মাৰি খাইছে নেকি?

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ এক লাখ ৬৫ হেজাৰতকৈ অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু […]

Continue Reading

এনডিটিভিৰ ভুল নিউজৰ মতে অসমৰ অবিবাহিত মুখ্যমন্ত্ৰীৰ ছটাকৈ সন্তান আছে!

শেহতীয়াকৈ অসম চৰকাৰে ঘোষণা কৰিছে যে ১ জানুৱাৰী, ২০২১ তাৰিখে কাৰ্যকৰী হোৱাকৈ যিসকল ব্যক্তিৰ দুটাতকৈ অধিক সন্তান আছে, তেওঁলোকে চৰকাৰী চাকৰিৰ পৰা বঞ্চিত হব । এই নিউজটো ৰিপৰ্ট কৰিবলৈ গৈ, ৰাষ্ট্ৰীয় নিউজ চেনেল এনডিটিভিৰ (NDTV) এগৰাকী এংকৰে ক’লে যে অসমৰ মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোণোৱালৰ নিজৰে ৬ টাকৈ সন্তান আছে । সংৰক্ষিত ভিডিঅ’ চাওঁক ইয়াত উপৰোক্ত ভিডিঅ’টোত, […]

Continue Reading