‘চাবৱে চাৰ্ফাৰ’ নামৰ জনপ্ৰিয় মোবাইল গে’মটো এজন দেউতাকে নিজৰ পুত্ৰৰ স্মৃতিত নিৰ্মান কৰা নাছিল!

সংৰক্ষিত লিংক শেহতীয়াকৈ এক বিশেষ বাৰ্তা বা পোষ্ট ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ফেচবুক আৰু হোৱাটচ এপ্পত ভাইৰেল হৈ পৰা এই বাৰ্তা অনুসৰি ‘চাবৱে চাৰ্ফাৰ’ নামৰ জনপ্ৰিয় মোবাইল গে’মটো এজন দেউতাকে নিজৰ পুত্ৰৰ স্মৃতিত বনাইছিল যি ট্ৰেইনৰ লাইনত স্কেটিং কৰি থাকোঁতে এখন ট্ৰেইনে মহতিয়াই লৈ যোৱাৰ ফলত মৃত্যু মুখত পৰিছিল । উক্ত বাৰ্তাটো সঁচা […]

Continue Reading