মেঘালয়ৰ পাহাৰ কাটি পৰিৱেশ ধ্বংসৰ সমস্যা: এটা বিশ্লেষণ

মেঘালয়, যাক “মেঘৰ আলয় বা ঘৰ” বুলি কোৱা হয়, তাত বৰ্তমান পাহাৰ কাটি পৰিৱেশ ধ্বংসৰ এক গুৰুতৰ সমস্যাৰ সন্মুখীন হৈছে। এই সমস্যাই কেৱল প্ৰাকৃতিক সৌন্দৰ্য্য হে ধ্বংস কৰা নাই, ইয়াৰ দ্বাৰা মাটিৰ গঠন, আৰু স্থানীয় জনজীৱনো প্ৰভাৱিত হৈছে। সম্প্ৰতি, ভাৰতৰ উচ্চতম ন্যায়ালয়ে (Supreme Court) এই সমস্যাৰ সমাধানৰ বাবে এক বিশেষ কমিটি গঠন কৰিছিল। এই লেখত […]

Continue Reading

এইটো শেহতীয়াকৈ গুৱাহাটী-শ্বিলং ৰোডত হোৱা ভূমিস্খলনৰ ভিডিঅ’ নহয়!

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ ফেচবুকত এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোত এটা ব্যস্ত ৰাজপথৰ ওপৰত এক প্ৰকাণ্ড ভূমিস্খলন হৈ পাহাৰীয়া মাটি খহি পৰা দেখা গৈছে । বিভিন্নজনে দাবী কৰিছে যে ভিডিঅ’টোত দেখা পোৱা পথটো গুৱাহাটী-শ্বিলং ৰোড হয় আৰু এই ঘটনাটো শেহতীয়াকৈ হোৱা নেৰানেপেৰা বৰষুণ আৰু পাহাৰ কাটি পথ নিৰ্মাণৰ ভয়ংকৰ পৰিণতি […]

Continue Reading

মেঘালয়ৰ এজন মন্ত্ৰী ক’ৰনা ভাইৰাছ ৰোগত আক্ৰান্ত হৈছে নেকি?

সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় তিনি লাখতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৪৫.৩ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ৮১ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰে ২৬৪৯ জনৰ মৃত্যু হৈছে । অসমতো ৮৭জন ৰোগী ইতিমধ্যে […]

Continue Reading