Arma 3 নামৰ চিমুলেছন গেমৰ দৃশ্যকে ইজৰাইলৰ তেল অভিভত ইৰাণৰ আক্ৰমণ বুলি মিছাকৈ দাবী।
শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া ইজৰাইলৰ তেল অভিভৰ ওপৰত ইৰাণৰ মিছাইল আক্ৰমণ বুলি দাবী কৰা হৈছে। লিখিছে- বৃহত ক্ষতিৰ সন্মুখীন ইজৰাইল–সেনাৰ চকুতও পানী। হতাশগ্ৰস্ত PM ন্যেত্যানুহু–ইৰাণৰ বধ লিষ্টত ন্যেত্যানুহু। প্ৰাণৰ ভয়ত ৰোগীয়া দেহাৰে বাংকাৰত আশ্ৰয়। The Cradle মেডিয়াৰ মতে ইজৰাইলৰ তেল আভিভৰ পৌৰ নিগমে প্ৰথম দুদিনত চহৰখনৰ […]
Continue Reading
