FACT CHECK: ভাইৰেল ফটোত দেখা ছোৱালীজনী আইপিএছ বিষয়া নহয়!
ইউনিফৰ্ম পৰিহিত বহুকেইজন ব্যক্তিৰ মাজত হিজাব পিন্ধা এগৰাকী ছোৱালীয়ে পিছফালে মহাৰাষ্ট্ৰ পুলিচৰ বোৰ্ড লগোৱা এখন মেজত বহি থকা এখন ফটো এই দাবীৰে ভাইৰেল কৰা হৈছে যে তেওঁ প্ৰথম মুছলমান আইপিএছ বিষয়া, যি উৰ্দূ মাধ্যমৰ পৰা নিৰ্বাচিত হৈছে। অসমত এই ফটোখন সেই দাবীৰে সৈতে এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে আপলোড কৰিছিল,যিটো বহুবাৰ শ্বেয়াৰ কৰা হৈছিল আৰু ভাইৰেল হৈ […]
Continue Reading