এই ভিডিঅ’টোৰ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা শেহতীয়া খেলৰ লগত কোনো সম্পৰ্ক নাই।

বিশ্বকাপ ক্ৰিকেটত যোৱা ১৪ অক্টোবৰত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা খেলত ভাৰত সাত উইকেটত জয়ী হয়। ইয়াৰ পিছতে বিভিন্ন ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। এজন ব্যক্তিয়ে  টিভি ভাঙি পেলোৱা এক দৃশ্য চ’চিয়েল মেডিয়াত ভাইৰেল হৈছে এই দাবীৰে যে পাকিস্তানী ক্ৰিকেট প্ৰেমীয়ে ভাৰতৰ হাতত পাকিস্তান পৰাজিত হোৱাৰ পিছত খঙতে টিভি ভাঙি পেলাইছিল। ফেচবুকত পোৱা পোষ্টটোৰ […]

Continue Reading

বিজেপিৰ কৰ্মীসকলে কানাড়া বেংকৰ সমুখত প্ৰতিবাদ কৰা নাই, ফটোখন সম্পাদনা কৰা হৈছে।

ভাৰত আৰু কানাডাৰ মাজত শেহতীয়াকৈ চলি থকা কূটনৈতিক সংঘাতৰ মাজতে চ’চিয়েল মেডিয়াত বিভিন্ন ধৰণৰ ফটো ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে। এনে সময়তে ফেচবুকত এখন ফটো ভাইৰেল হৈছে য’ত একাংশ লোকক বিজেপিৰ পতাকা লৈ কিছুমান দোকানৰ সমুখত প্ৰতিবাদ কৰি থকা দেখা গৈছে। প্ৰতিবাদকাৰীসকলৰ পিছফালে কানাড়া বেংকৰ এখন ব’ৰ্ড দেখা গৈছে। দাবী কৰা হৈছে যে কানাডাত আৰ […]

Continue Reading

শ্ৰীলংকাত ভাৰত বনাম পাকিস্তান এছিয়া কাপৰ খেলত বিজেপিৰ পতাকা- সত্যটো কি?

২০২৩ চনৰ ২ ছেপ্টেম্বৰত শ্ৰীলংকাৰ পল্লেকেলে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ভাৰতীয় ক্ৰিকেট দলটোৱে এছিয়া কাপ ২০২৩ৰ প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় (এদিনীয়া) খেলত পাকিস্তানৰ সৈতে মুখামুখি হয়। পিছত ধাৰাবাহিক বৰষুণৰ বাবে খেলখন বাতিল কৰা হয়। ভাৰতে ৪৮.৫ অভাৰত ২৬৬ ৰান কৰাৰ পাছত কোনো খেল সম্ভৱ নহ’ল। ইয়াৰ পিছতে এজন ব্যক্তিয়ে ভাৰতীয় পতাকা প্ৰদৰ্শন কৰা, আনহাতে আন এজনে ভাৰতীয় জনতা […]

Continue Reading

অক্সফ’ৰ্ড অভিধানে ভাৰতীয়সকলৰ পুৰণিকলীয় আৰু অপৰাধী বুলি উল্লেখ কৰিছে নেকি? সত্যটো কি?  

যোৱা কেইবছৰমানৰ পৰা আমাৰ দেশৰ একাংশ লোকে দেশৰ নাম ইণ্ডিয়াৰ(INDIA)ৰ পৰা ভাৰতলৈ সলনি কৰাৰ দাবী উত্থাপন কৰি আহিছে। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কয় যে আমাৰ সংবিধানত ভাৰত আৰু ইণ্ডিয়া(INDIA) দুয়োটা নাম উল্লেখ কৰা হৈছে। পাছত এই সম্পৰ্কীয় গোচৰটো খাৰিজ কৰা হয়। শেহতীয়া ভাৱে ছ’চিয়েল মিডিয়াত এটা পোষ্ট ভাইৰেল হৈ আছে যে অক্সফ’ৰ্ড অভিধানে INDIAN(ভাৰতীয়) শব্দৰ […]

Continue Reading

ফ্ৰান্সত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনোৱা হোৱা নাছিল নেকি?

অলপতে যোৱা ১৩ আৰু ১৪ জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণসূচী লৈ ফ্ৰান্সলৈ গৈছিল। তেওঁৰ ভ্ৰমণৰ বহু ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈছ। এটা ভিডিঅ’ বহুত শ্বেয়াৰ কৰা হৈছে য’ত তেওঁক বিমানৰ পৰা নামি অহা দেখিবলৈ পোৱা গৈছে। ইয়াৰ পিছত তলত থিয় হৈ এগৰাকী মহিলাই তেওঁক আদৰি অনা দেখা গৈছে। এই ভিডিঅ’টোত সেই মহিলাগৰাকীৰ বাহিৰে তাত কোনো […]

Continue Reading

‘ব্লাড অন কল’ সেৱা সমগ্ৰ ভাৰতত প্ৰযোজ্য হোৱা নাছিল

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা বিশেষ মেচেজ ফ’ৰৱাৰ্ড কৰা হৈছিল। মেচেজটো আছিল এনেধৰণৰ:-“আজিৰেপৰা ভাৰতত ১০৪ এটা বিশেষ নম্বৰ হৈ পৰিব তেজৰ প্ৰয়োজনীয়তাৰ বাবে। এই সেৱাৰ নাম হ’ল ‘ব্লাড অন কল”..এই নম্বৰটোত কল কৰাৰ পাছত ৪০ কি:মি: ব্যাসাৰ্ধৰ ভিতৰৰ ঠাইত চাৰি ঘণ্টাৰ ভিতৰত তেজ যোগান ধৰা হ’ব.. প্ৰত্যেক বটলত ৪৫০ টকা লগতে ১০০ টকা যাতায়াতৰ বাবদ। […]

Continue Reading

ফটোখনত থকা শিৱলিংগটো কেদাৰনাথ মন্দিৰৰ ভিতৰৰ শিৱলিংগ নহয়

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা পোষ্ট ফ’ৰৱাৰ্ড কৰা হৈছিল। পোষ্টটোত এক শিৱলিংগৰ ফটো আছিল আৰু দাবী কৰা হৈছে যে এই শিৱলিংগটো কেদাৰনাথ মন্দিৰৰ। পোষ্টটোত লিখা আছিল এইদৰে “কেডাৰনাথ মন্দিৰৰ ভিতৰৰ বাবা কেডাৰনাথ শিৱলিংগ মনত যি আশা আছে তাকে লৈ শ্বেয়াৰ কৰক মনোবাঞ্চা পূৰ্ণ হ’ব।। হৰ হৰ মহাদেৱ।।” Archived Link একেটা পোষ্ট আমি ফেচবুকতো শ্বেয়াৰ হোৱা […]

Continue Reading

Explainer: খোলাকৈ বিক্ৰী কৰা খাদ্য সামগ্ৰীত কোনো জিএচটি আৰোপ কৰা হোৱা নাই

শেহতীয়াকৈ জি এচ টি সন্দৰ্ভত কেইবাটাও বাতৰি ভাইৰেল হোৱা দেখা গৈছে। দেশত যোৱা ১৮ জুলাইৰ পৰা প্ৰযোজ্য হোৱা নতুন জি এচ টি নিৰিখ অনুসৰি কেতবোৰ অত্যাৱশ্যকীয় সামগ্ৰীতো আৰোপ কৰা হৈছে জি এচ টি। বিভিন্ন খাদ্য সামগ্ৰীত জি এচ টি আৰোপ কৰাৰ ফলত জনসাধাৰণৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে। বিভিন্ন বাতৰিত কোৱা হৈছে যে […]

Continue Reading

নেপাল আৰ্মীৰ গুলীত ৭ জন ভাৰতীয় সেনা শ্বহীদ হোৱা নাই!

সংৰক্ষিত লিংক শেহতীয়াকৈ ভাৰত-চীনৰ সীমা বিবাদ আৰু ইয়াকে লৈ গলৱান নামৰ ঠাইখনত হোৱা সংঘৰ্ষৰ পাছত ভাৰত আৰু নেপালৰ মাজতো আন এক সীমা বিবাদ হোৱা দেখা গ’ল । উল্লেখযোগ্য যে নেপালে এখন নতুন চৰকাৰী মেপ জাৰি কৰাৰ পাছতেই দুই দেশৰ মাজত  বিবাদৰ সূত্ৰপাত ঘটে ।  এনে সময়তে এক বিশেষ টুইট সমগ্ৰ দেশতে ভাইৰেল হৈ পৰে আৰু […]

Continue Reading

এইখন শেহতীয়াকৈ লাডাখত চীন-ভাৰত সংঘৰ্ষত মৃত্যুবৰণ কৰা চীনা সৈন্যৰ তালিকা নহয়!

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ লাডাখৰ গলৱান উপত্যকাত চীনা আৰু ভাৰতীয় সৈন্যৰ মাজত হোৱা সংঘৰ্ষত ভাৰতৰ ২০ গৰাকী সেনা জোৱানৰ মৃত্যু হৈছে । দুয়োখন দেশৰ মাজত পৰিস্থিতি যথেষ্ট উত্তেজনা পূৰ্ণ হৈ আছে । সংঘৰ্ষত চীনৰ ফালৰ সৈন্যৰ হতাহতিৰ বিষয়ে কোনো তথ্য বৰ্তমানলৈকে ৰাজহুৱা কৰা হোৱা নাই ।  এনে সময়তে ছচিয়েল মিডিয়াত এই বিষয়ে বিভিন্ন […]

Continue Reading