২০২৩ চনত ভাৰতীয় ক্ৰিকেট দলে ষ্টেডিয়ামৰ পৰা হোটেললৈ ওভটাৰ পথত বাছত হোলী খেলা দৃশ্য এইবছৰৰ বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাবে অসমৰ বিভিন্ন হোৱাটছএপ গ্ৰুপ তথা ব্যক্তিগত হোৱাটছএপ নম্বৰলৈ এটা ভিডিঅ’ প্ৰেৰণ কৰি একাংশ ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে সেয়া ভাৰতীয় ক্ৰিকেট দলে এইবছৰৰ শেহতীয়া হোলীত আনন্দ কৰাৰ দৃশ্য। লিখিছেঃ- টীম ইণ্ডিয়াৰ হোলী চেলিব্ৰেছন। এইবছৰ লগে ভাগে হোলী খেলিলে আটায়ে। Archived Link  কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ […]

Continue Reading

এআই সন্মিলনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অৱজ্ঞা কৰা নাছিল। এয়া বিভ্ৰান্তিকৰ দাবী।  

শেহতীয়াভাবে অসমৰ একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ শ্বেয়াৰ কৰি দাবী কৰিছে যে অলপতে ফ্ৰান্সত হৈ যোৱা এআই সন্মিলনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অৱজ্ঞা কৰি অন্য দেশপ্ৰধানসকলৰ সৈতে সৌহাৰ্দ্যমূলক আচৰণ প্ৰদৰ্শন কৰে। এটা পোষ্টত লিখিছেঃ বৰ দুখ পালো ∆∆∆∆∆ ফ্ৰাঞ্চত অনুষ্ঠিত তৃতীয় এ.আই. সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি এমানুৱেল মাক্ৰনে […]

Continue Reading

এতিয়াৰ পৰা ভাৰতত ১২ বাজি ১ বজাৰ পৰিৱৰ্তে ১৩ বজাৰ বিষয়টো কি? জানো আহক।

পাতনি শেহতীয়াভাৱে  অসমৰ সামাজিক মাধ্যমত এটা বিশেষ চৰ্চা চলা পৰিলক্ষিত হৈছে। সেয়া হৈছে ভাৰত চৰকাৰে অথবা প্ৰধানমন্ত্ৰী মোডীয়ে দেশত বিয়লি ১ বজাৰ সলনি ১৩ বজাব। বুজাব বিচৰা হৈছে যে এতিয়াৰ পৰা মোডী চৰকাৰৰ নতুন নীতি অনুসৰি আমাৰ দেশত সময় গণনাৰ নতুন ধৰণ প্ৰৱৰ্তন হ’ব আৰু সেই অনুসৰি এতিয়াৰ পৰা ১২ বজাৰ পাছত ১ বজাৰ সলনি […]

Continue Reading

ভাৰত-ভূটান সীমান্তৰ প্ৰথমটো ইমিগ্ৰেচন চেকপোষ্ট মুকলি তামুলপুৰৰ দৰঙাত। সবিশেষ জানো আহক।

অসমৰ দৰঙাত প্ৰথমটো ইমিগ্ৰেছন চেকপোষ্ট মুকলিঃ ভাৰত আৰু চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰয়াসেৰে ৭ নৱেম্বৰ ২০২৪, বৃহস্পতিবাৰে ভাৰত-ভূটান সীমান্তৰ অসমৰ তামুলপুৰ জিলাৰ লেণ্ড প’ৰ্ট দৰঙাত এটা ইমিগ্ৰেচন চেকপোষ্ট (আই চি পি) উদ্বোধন কৰা হয়। ইয়াৰ পূৰ্বে ভাৰত আৰু ভূটানৰ মাজত যাত্ৰা কৰা অন্য দেশৰ নাগৰিকক কেৱল পাৰো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বা জয়গাঁও-ফুয়েনচেলিং স্থল সীমান্তৰে […]

Continue Reading

এই ভিডিঅ’টো ৰাজস্থানৰ নহয় বৰং দক্ষিণ আফ্ৰিকাৰহে।

শেহতীয়াকৈ চ’ছিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত কেইটামান চিতা বাঘ এজন ব্যক্তিৰ সৈতে শুই থকা দেখা গৈছে। দাবী কৰা হৈছে যে এই ভিডিঅ’টো ৰাজস্থানৰ ছিৰোহীৰ পিপলেশ্বৰ মহাদেৱৰ মন্দিৰৰ। ইয়াৰ উপৰিও দাবী কৰা হৈছে যে মন্দিৰৰ পুৰোহিতজনে নাহৰফুটুকীৰ পৰিয়ালৰ সৈতে শুই থাকে, যাৰ বাবে চৰকাৰী বন্যপ্ৰাণী বিভাগে এই মুহূৰ্তটো বন্দী কৰিবলৈ চিচিটিভি কেমেৰা স্থাপন কৰিছিল। […]

Continue Reading

এই ফটোখন দিল্লীৰ ৰামলীলা ময়দানত শেহতীয়াকৈ অনুষ্ঠিত বিৰোধী ঐক্য মঞ্চৰ সমাবেশৰ হয়নে?

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ ৩১ মাৰ্চত দিল্লীৰ ৰামলীলা ময়দানত বিৰোধী দলৰ I.N.D.I Alliance ৰ উদ্যোগত এক মেগা ৰেলীৰ আয়োজন কৰা হয়। এনে পৰিপ্ৰেক্ষিতত বিপুল জনসমাগম দেখুওৱা এখন ফটো চ’ছিয়েল মিডিয়াত দ্ৰুতগতিত শ্বেয়াৰ কৰা হৈছে। ফটোখনৰ সৈতে দাবী কৰা হৈছে যে এয়া ৰামলীলা ময়দানত আয়োজিত বিৰোধীৰ মেগা ৰেলীৰ দৃশ্য। Twitter Link | Archived Link […]

Continue Reading

লক্ষদ্বীপত অৱতৰণ কৰা প্ৰথম বিমানৰ দৃশ্য নহয় এয়া।

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লক্ষ্যদ্বীপ ভ্ৰমণ কৰিছিল। ইয়াৰ পিছতে তেওঁ টুইটাৰত এই সম্পৰ্কে ফটো আৰু এখন টোকা শ্বেয়াৰ কৰি পৰ্যটনৰ প্ৰচাৰৰ আহ্বান জনায়। তাৰ পিছত কেইবাজনো চ’চিয়েল মেডিয়া ব্যৱহাৰকাৰীয়ে দ্বীপসমূহক মালদ্বীপৰ সৈতে তুলনা কৰি সঁহাৰি জনায়। মালদ্বীপৰ যুৱ মন্ত্ৰালয়ৰ তিনিজন উপমন্ত্ৰীয়ে ভাৰত আৰু প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে অৱমাননামূলক মন্তব্য কৰাৰ লগে লগে এয়া কূটনৈতিক বিবাদত পৰিণত […]

Continue Reading

এই ফটোখন সাগৰৰ তলৰ দ্বাৰকা নগৰৰ নহয়।

শেহতীয়াকৈ গুজৰাট চৰকাৰে পৰ্যটন ক্ষেত্ৰত এক নতুন সংযোজনৰ কথা ঘোষণা কৰিছে। ছাবমেৰিনেৰে সাগৰ তলীৰ দ্বাৰকা নগৰ দৰ্শন কৰাৰ সুবিধা কৰিবলৈ মাজাগন ডক শ্বিপয়াৰ্ডৰ সৈতে গুজৰাট চৰকাৰৰ চুক্তি হৈছে। এই সম্পৰ্কে বাতৰি বিভিন্ন কাকতত প্ৰকাশ পোৱাৰ লগতে চ’চিয়েল মেডিয়াতো শ্বেয়াৰ কৰা হৈছে। এই বাতৰিটো শ্বেয়াৰ কৰি এজন ফেচবুক ব্যৱহাৰকাৰীয়ে তেওঁৰ পোষ্টত এখন বাতৰি কাকতৰ পৃষ্ঠাৰ এটা […]

Continue Reading

সঁচাকৈয়ে ষ্টেডিয়ামৰ দৰ্শকে হনুমান চালিচা পাঠ কৰিছিলনে?

শেহতীয়াকৈ চ’চিয়েল মেডিয়াত এটা বিশেষ ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত এখন ষ্টেডিয়ামৰ দৃশ্য দেখুওৱা হৈছে আৰু তাত হনুমান চালিচা পাঠ কৰা শুনা গৈছে। ফেচবুকত এই ভিডিঅ’টো শ্বেয়াৰ কৰি ১.৫ লাখ লোকে হনুমান চালিচা জপ কৰা বুলি দাবী কৰা হৈছে।  Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। […]

Continue Reading

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ অধিনায়কক দুৰ্ব্যৱহাৰ কৰিছিল নেকি?

১৯ নৱেম্বৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বিশ্বকাপ ক্ৰিকেট ২০২৩ ৰ ফাইনেল খেল অনুষ্ঠিত হয়। অষ্ট্ৰেলিয়াই ভাৰতক পৰাস্ত কৰি বিশ্বকাপৰ ট্ৰফী লাভ কৰে। খেলৰ শেষত পুৰস্কাৰ প্ৰদান অনুষ্ঠানৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টোত অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সক ট্ৰফী হাতত লৈ থকা দেখা গৈছে। পি এম মোদীক পেট কামিন্সৰ […]

Continue Reading