ফটোখনত থকা ভাস্কৰ্য পাঁচ হাজাৰ বছৰ পুৰণি হিন্দু সভ্যতাৰ অংশ নহয়
অলপতে আমাৰ হোৱাটচএপ নম্বৰলৈ এটা পোষ্ট ফ’ৰৱাৰ্ড কৰা হৈছিল। পোষ্টটোত আছিল এক পুৰণি ভাস্কৰ্য আৰু এজন স্কুবা ডাইভাৰৰ এখন ক’লাজ। পোষ্টটোত লিখা আছিল এইদৰে – “৫০০০ বছৰ পুৰণি সনাতনী সভ্যতাই শিলত খোদিত কৰা ভাস্কৰ্যত আধুনিক চিন্তা। কিমান চহকী আমাৰ সনাতনী (হিন্দু) সভ্যতা এবাৰ ভাবক…!!” Archived Link Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই […]
Continue Reading