হনুমানে লংকা দহন কৰা নাছিল বুলি ৰাহুল গান্ধীয়ে সঁচাকৈয়ে কৈছিলনে?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিষয়ে কৰা মন্তব্যত মানহানিৰ গোচৰ ৰুজু হোৱাৰ পাছত দোষমুক্ত হোৱা ৰাহুল গান্ধীয়ে সংসদৰ সদস্যপদ ১৩৬ দিনৰ অন্তত পুনৰ ঘূৰাই পালে। ইয়াৰ পাছতে ৰাহুল গান্ধীয়ে সংসদৰ চলি থকা অধিৱেশনত উপস্থিত হয়। বিশেষকৈ তেওঁ মণিপুৰৰ বিষয়টো সদনৰ সন্মুখত দাখিল কৰে। সেই সময়ত তেওঁ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে। ইফালে ৰামায়ণৰ লংকা দাহ সন্দৰ্ভত […]

Continue Reading

শ্ৰীলংকাত সঁচাকৈ হনুমানৰ গদা উদ্ধাৰ হৈছে নেকি?

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট ফেচবুকত ২০১৬ চনতেই ভাইৰেল হোৱা এখন ফটো সম্প্ৰতি হোৱাটচ এপ্পত আকৌ শ্বেয়াৰ হব ধৰিছে । দাবী কৰা হৈছে যে এই ফটোখনত দেখা গদা আকৃতিৰ বৃহৎ বস্তুটো আচলতে হনুমানৰ গদা হয় আৰু ইয়াক শ্ৰীলংকাত এক খনন কাৰ্য্যৰ সময়ত উদ্ধাৰ কৰা হৈছে । হোৱাটচ এপ্পত ফটোখনৰ সম্বলিতে লিখা হৈছে যে “হনুমানে ব্যৱহাৰ […]

Continue Reading