অসম চৰকাৰৰ এই কাৰ্যকালৰ অন্তিমখন বাজেটঃ কি কি ঘোষণা কৰিছে চৰকাৰে। 

পাতনি যোৱা ১০ মাৰ্চ ২০২৫.সোমবাৰে অসমৰ বিত্তমন্ত্রী অজন্তা নেওগে সদনত দাখিল কৰে অসম চৰকাৰৰ ২০২৫-২৬ বৰ্ষৰ পূৰ্ণাংগ বাজেট । আগন্তুক বৰ্ষৰ বাজেটখনত বহুকেইটা উল্লেখযোগ্য ঘোষণা কৰা হৈছে । বাজেটখনক লৈ বিভিন্ন মহলত বিভিন্ন আলোচনা হোৱা পৰিলক্ষিত হৈছে। আমাৰ এই লেখাত আমি বাজেটখনৰ প্ৰধান ঘোষণাসমূহ সামৰি ল’বলৈ যতন কৰিছোঁ। আহকচোন চাওঁ কি কি আছে এই বাজেটত। […]

Continue Reading

স্বাগত সতীৰ্থঃ এক সামগ্ৰিক আলোচনা

প্ৰস্তাৱনা যুগ যুগ ধৰি গতানুগতিকভাৱে চলি অহা এক প্ৰথাক বিঘ্নিত কৰি শেহতীয়াভাৱে অসম চৰকাৰে ‘স্বাগত সতীৰ্থ’ নামৰ এক ডিজিটেল প্লেটফৰ্ম আৰম্ভ কৰিছে। ইয়াৰ জৰিয়তে  যাতে কৰ্মচাৰীসকলক আধুনিক প্ৰক্ৰিয়াৰে বদলি কৰাত সুবিধা হয় তাৰ ব্যৱস্থা কৰা হৈছে।৷ ই কাৰ্যতঃ ৰাজ্যখনত এক দক্ষ, স্বচ্ছ, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল কৰ্মচাৰীৰ অনুকূল বদলি ব্যৱস্থাৰ সূচনা কৰিছে। যাৰ ফলত […]

Continue Reading

আৰ্জেন্টিনাৰ চৰকাৰে মেছিৰ ফটো থকা বেংকনোট প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত সঁচাকৈয়ে লৈছেনে?

আৰ্জেণ্টিনাই ফিফা বিশ্বকাপৰ খিতাপ জয় কৰাৰ লগে লগে ছ’চিয়েল মিডিয়াত তাৰকা ফুটবলাৰ লিয়নেল মেছিৰ ছবি আৰু ভিডিঅ’ৰে উপচি পৰিছে। আৰ্জেণ্টিনাৰ দলৰ সদস্যসকলক তেওঁলোকৰ গৃহ চহৰে অবিশ্বাস্যভাৱে আদৰণি জনায়। এতিয়া এটা দাবী চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে যে আৰ্জেণ্টিনাই মেছিক আন এক স্বীকৃতি দিবলৈ সাজু হৈছে। দাবীটো হ’ল আৰ্জেণ্টিনাই মেছিৰ ছবি থকা ১০০০ আৰ্জেণ্টিনাৰ পেছ’ […]

Continue Reading

Explainer: UPI লেনদেনৰ ওপৰত চাৰ্জৰ বিষয়ে জানিবলগীয়া সকলো কথা

ডিজিটেল পেমেণ্ট খণ্ডত ভাৰতে দৈনিক ২৬ কোটিৰো অধিক ডিজিটেল পেমেণ্ট লেনদেন কৰি আগবাঢ়ি আছে। এই ২৬ কোটি লেনদেনৰ দুই তৃতীয়াংশতকৈ অধিক লেনদেন ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ (ইউপিআই) ব্যৱস্থাৰ দ্বাৰা প্ৰক্ৰিয়াকৰণ কৰা হয়। ২০১৬ চনত আৰম্ভ কৰাৰ পিছত মাত্ৰ যোৱা মাহত ইউপিআইয়ে ২০২২ চনৰ জুলাই মাহত ৬.২৮ বিলিয়ন লেনদেনৰ সৈতে সৰ্বকালৰ সৰ্বাধিক সংখ্যক লেনদেন পঞ্জীয়ন কৰে।এই বিশাল […]

Continue Reading