এইটো ডিব্ৰুগড়ৰ সঞ্জীৱনী হস্পিটেলৰ চিচি টিভিত ৰেকৰ্ড হোৱা ভূতৰ ভিডিঅ’ নেকি?

ইউটিউব লিংক | সংৰক্ষিত লিংক  ছচিয়েল মিডিয়াত (ইউটিউব আৰু হোৱাটচ এপ্প) এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । উক্ত ভিডিঅ’টোত আমি মাইকী মানুহ এগৰাকী আকৃতি এটাক অস্বাভাৱিক ক্ষিপ্ৰতাৰে ৱাল আৰু খুটাৰে ওপৰ মহলা এটালৈ বগুৱাই যোৱা দেখিছোঁ । আকৃতিটো ওপৰ মহলা গৈ পোৱাৰ পাছত জঁপিয়াই নামি পৰে আৰু দুই ভৰি আৰু হাতেৰে আগুৱাই গৈ ক্ৰমে […]

Continue Reading

অসমৰ কৰিমগঞ্জ জিলাত সঁচাকৈ ভূত ওলাইছে নেকি?

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট ২ ছেপ্টেম্বৰ, ২০১৯ তাৰিখে অনিৰুদ্ধ কুমাৰ সিংহা নামৰ ফেচবুক প্ৰফাইল এটাৰ পৰা আপলোড হোৱা ভিডিঅ’ এটাই ছচিয়েল মিডিয়াত চাঞ্চল্যৰ সৃষ্টি কৰিছে । ফেচবুক পোষ্টটোত তেওঁ দাবী কৰিছে যে ভিডিঅ’টোত দেখা পোৱা মহিলাগৰাকী ভূত হয় আৰু এই ঘটনাটো অসমৰ কৰিমগঞ্জ জিলাৰ হয় ।  আচলতে ঘটনাটো কি জানিবলৈ আমি অলপ অনুসন্ধান কৰিলোঁ […]

Continue Reading

এইটো সঁচাকৈ গুৱাহাটী মেডিকেল কলেজৰ ওচৰত ওলোৱা ভূতৰ ভিডিঅ’ নেকি?

ছচিয়েল মিডিয়াত (ফেচবুক, ইউটিউব আৰু হোৱাটচ এপ্প) এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । ২৫ ছেপ্টেম্বৰ, ২০১৯ তাৰিখে ৰাতি ০০:১৯ বজাত মামন দেৱ নাথ নামৰ এটা ফেচবুক প্ৰফাইলৰ পৰা আপলো’ড হোৱা এই ভিডিঅ’টো বহুত বাৰ ফেচবুকত শ্বেয়াৰ হৈছে আৰু হোৱাটচ এপ্পৰ জৰিয়তে অসমত মোবাইলে মোবাইলে ভাইৰেল হৈ পৰিছে । “OMG Vhut” (অ’এমজি ভূত) শিৰোনামা দি […]

Continue Reading