নেপালৰ পুৰণি আন্দোলনৰ দৃশ্যকে কলকাতাৰ বৰ্তমানৰ দৃশ্য বুলি দাবী কৰা হৈছে।
শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এটা ভিডিঅ’ আপলোড কৰি সেয়া পশ্চিমবংগৰ কলকাতাৰ শেহতীয়া পৰিস্থিতি বুলি দাবী কৰিছে। তাত দেখা গৈছে বিভিন্ন যুৱকে যাব-বাহনত আক্ৰমণ কৰিছে তথা সমীপৰ অট্টালিকাত অগ্নিসংযোগ কৰিছে। Facebook LinkArchived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণিতে আমি সেই […]
Continue Reading
