FACT CHECK: প্ৰফেট মহম্মদৰ জন্মদিন উদযাপনৰ ভিডিঅ’ ফ্ৰান্সত চলি থকা প্ৰতিবাদৰ ভিডিঅ’ বুলি ভাইৰেল।

প্ৰফেট মহম্মদৰ এটা বিতৰ্কিত স্কেটছ প্ৰকাশ কৰাৰ বাবে পেৰিছত এগৰাকী শিক্ষকৰ শিৰচ্ছেদ কৰাৰ পৰিপ্ৰেক্ষিতত ফ্ৰান্সত হোৱা শেহতীয়া হিংসাৰ পিছত, ফ্ৰান্সৰ প্ৰতিবাদ সম্পৰ্কত ভূৱা তথ্যৰে ভৰা প্ৰচাৰে ছোচিয়েল মিডিয়াত জোৱাৰ তুলিছে। এইবোৰৰ মাজতেই শত সহস্ৰ জনতাৰ উপস্থিতি থকা এটা ভিডিঅ’ বহু লোকে আপলোড কৰিছে আৰু দাবী কৰিছে যে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেকৰণৰ মন্তব্যৰ পিছত এনেকৈ হাজাৰ হাজাৰ […]

Continue Reading