এআই সন্মিলনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অৱজ্ঞা কৰা নাছিল। এয়া বিভ্ৰান্তিকৰ দাবী।  

শেহতীয়াভাবে অসমৰ একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ শ্বেয়াৰ কৰি দাবী কৰিছে যে অলপতে ফ্ৰান্সত হৈ যোৱা এআই সন্মিলনত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অৱজ্ঞা কৰি অন্য দেশপ্ৰধানসকলৰ সৈতে সৌহাৰ্দ্যমূলক আচৰণ প্ৰদৰ্শন কৰে। এটা পোষ্টত লিখিছেঃ বৰ দুখ পালো ∆∆∆∆∆ ফ্ৰাঞ্চত অনুষ্ঠিত তৃতীয় এ.আই. সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি এমানুৱেল মাক্ৰনে […]

Continue Reading

এই ভিডিঅ’টো পেলেষ্টাইনৰ সমৰ্থনত ফ্ৰান্সত হোৱা প্ৰতিবাদৰ নহয়।

৭ অক্টোবৰত হামাছে ইজৰাইলক আক্ৰমণ কৰাৰ পিছত ফ্ৰান্স চৰকাৰে ১২ অক্টোবৰত পেলেষ্টাইনৰ সমৰ্থন কৰা সকলো প্ৰতিবাদ নিষিদ্ধ কৰিছিল, কাৰণ ইয়াৰ ফলত জনশৃংখলা বিঘ্নিত হোৱাৰ সম্ভাৱনা আছিল। তথাপিও পেৰিছ আৰু দেশৰ অন্যান্য অঞ্চলত প্ৰতিবাদ সংঘটিত হৈছে। এই পৰিস্থিতিত ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত শেহতীয়াকৈ সংঘাতৰ মাজত পেলেষ্টাইনীসকলৰ সমৰ্থনত ফৰাচী নাগৰিকসকলে সমদল চলোৱাৰ […]

Continue Reading

ফ্ৰান্সত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনোৱা হোৱা নাছিল নেকি?

অলপতে যোৱা ১৩ আৰু ১৪ জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণসূচী লৈ ফ্ৰান্সলৈ গৈছিল। তেওঁৰ ভ্ৰমণৰ বহু ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈছ। এটা ভিডিঅ’ বহুত শ্বেয়াৰ কৰা হৈছে য’ত তেওঁক বিমানৰ পৰা নামি অহা দেখিবলৈ পোৱা গৈছে। ইয়াৰ পিছত তলত থিয় হৈ এগৰাকী মহিলাই তেওঁক আদৰি অনা দেখা গৈছে। এই ভিডিঅ’টোত সেই মহিলাগৰাকীৰ বাহিৰে তাত কোনো […]

Continue Reading

এই ভিডিঅ’টো ফ্ৰান্সৰ শেহতীয়া হিংসাত্মক ঘটনাৰ নহয়।

২৭ জুনত নাহেল নামৰ এজন ১৭ বছৰীয়া ফৰাচী-আলজেৰিয়ান যুৱকক এজন আৰক্ষী বিষয়াই গুলীয়াই হত্যা কৰিছিল। কোৱা হৈছে যে তেওঁ কৰ্তৃপক্ষক সহযোগ কৰিবলৈ অস্বীকাৰ কৰিছিল। ইয়াৰ বাবেই তেওঁক গুলীয়াই হত্যা কৰা হৈছিল। ইয়াৰ পিছত ফ্ৰান্সত হিংসা আৰম্ভ হয়। এই ঘটনাৰ পিছত ইণ্টাৰনেটত বহু ভিডিঅ’ আৰু ছবি ভাইৰেল হৈ পৰিছে। এনে পৰিস্থিতিত ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত শ্বেয়াৰ কৰা […]

Continue Reading

ফিলিপাইনছৰ এটা ডাকঘৰৰ পুৰণি ভিডিঅ’ ফ্ৰান্সৰ আলকাজাৰ লাইব্ৰেৰী বুলি ভাইৰেল কৰা হৈছে।

২০২৩ চনৰ ২৭ জুনত ফ্ৰান্সত নাহেল মেৰজুক নামৰ যুৱকক এগৰাকী আৰক্ষী বিষয়াই হত্যা কৰাৰ পাছত ধাৰাবাহিকভাৱে নাগৰিকৰ দ্বাৰা অশান্তিকৰ পৰিবেশ আৰম্ভ হয়। নান্টেৰেত ২৭ জুনত আৰক্ষী মুখ্য কাৰ্যালয়ৰ বাহিৰত স্থানীয় একাংশ বাসিন্দাই প্ৰতিবাদ আৰম্ভ কৰে আৰু যিটো প্ৰতিবাদ পাছলৈ সংঘৰ্ষলৈ ৰূপান্তৰিত হয়। বিক্ষোভকাৰীসকলে গাড়ী জ্বলাই দিয়ে, বাছ ষ্টপ ধ্বংস কৰে আৰু আৰক্ষীক লক্ষ্য কৰি আতচবাজী […]

Continue Reading

ৰাছিয়ান খেলুৱৈ এগৰাকীয়ে ৰেফাৰীক দাঙি বাস্কেটত সুমুৱাই দিয়া ভিডিঅ’টো সত্য ঘটনাৰ হয়নে?

শেহতীয়াকৈ এটা বিশেষ ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত দেখা গৈছে  এখন মহিলাৰ বাস্কেটবল প্ৰতিযোগিতা। তাত দেখা গৈছে যে ৰঙা টি-ছাৰ্ট পৰিহিত এগৰাকী ওখ খেলুৱৈয়ে ৰেফাৰীক দাঙি বাস্কেটত সুমুৱাই দিছে। ভিডিঅ’টোৰ কেপশ্বনত লিখা আছিল এইদৰে “ৰাছিয়া আৰু ফ্ৰান্সৰ মহিলা দলৰ মাজত বাস্কেটবল প্ৰতিযোগিতা। ৰেফাৰীৰ এটা ভুল সিদ্ধান্তত,খঙত এগৰাকী ৰাছিয়ান খেলুৱৈয়ে, ৰেফাৰীক পুতলাৰ দৰে […]

Continue Reading