আৰ্জেন্টিনাৰ চৰকাৰে মেছিৰ ফটো থকা বেংকনোট প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত সঁচাকৈয়ে লৈছেনে?

আৰ্জেণ্টিনাই ফিফা বিশ্বকাপৰ খিতাপ জয় কৰাৰ লগে লগে ছ’চিয়েল মিডিয়াত তাৰকা ফুটবলাৰ লিয়নেল মেছিৰ ছবি আৰু ভিডিঅ’ৰে উপচি পৰিছে। আৰ্জেণ্টিনাৰ দলৰ সদস্যসকলক তেওঁলোকৰ গৃহ চহৰে অবিশ্বাস্যভাৱে আদৰণি জনায়। এতিয়া এটা দাবী চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে যে আৰ্জেণ্টিনাই মেছিক আন এক স্বীকৃতি দিবলৈ সাজু হৈছে। দাবীটো হ’ল আৰ্জেণ্টিনাই মেছিৰ ছবি থকা ১০০০ আৰ্জেণ্টিনাৰ পেছ’ […]

Continue Reading

মেছিয়ে সাৱটি ধৰা মহিলাগৰাকী তেওঁৰ মাক নহয়

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি মেছিয়ে নিজৰ মাতৃক সাৱটি ধৰা বুলি দাবী কৰা হৈছে। পোষ্টটোত দিয়া ভিডিঅ’টোত দেখা গৈছে যে আৰ্জেণ্টিনাৰ ফুটবলাৰ লিয়নেল মেছিয়ে শান্তভাৱে খোজ কাঢ়ি গৈ আছে আৰু তেতিয়া পিছফালৰ পৰা এগৰাকী মহিলা তেওঁৰ ওচৰলৈ আহে আৰু মেছিয়ে তেওঁক সাৱটি ধৰে আৰু মহিলাগৰাকী আৱেগিক হৈ পৰে। পোষ্টটোৰ কেপচনত লিখা আছে, “মাতৃক […]

Continue Reading

ফিফা ৱৰ্ল্ডকাপৰ পৰা বাহিৰ হোৱাৰ পাছত ব্ৰাজিল দলৰ অনুৰাগীয়ে দলটোৰ ওপৰত কণী নিক্ষেপ কৰা বুলি পুৰণি আৰু অপ্ৰাসংগিক ভিডিঅ’শ্বেয়াৰ কৰা হৈছে

ফিফা বিশ্বকাপ ২০২২ত ব্ৰাজিলে কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হোৱাৰ পিছত ক্ষুব্ধ অনুৰাগীৰ দল এটাই বাছত কণী নিক্ষেপ কৰা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত হৈছে। এনেধৰণৰ ভিডিঅ’ ইউটিউবত আপলোড হোৱা দেখা গৈছে। Capital TV নামৰ এটা ইউটিউব চেনেলে আপলোড কৰা এটা ভিডিঅ’ত কোৱা হৈছে যে ব্ৰাজিল দল ফিফা ৱৰ্ল্ডকাপৰ পৰা বাহিৰ হোৱাৰ ফলত অনুৰাগীসকলে ব্ৰাজিল দলৰ […]

Continue Reading