FACT CHECK: ফটোত দেখা ব্যক্তিগৰাকী ফেশ্বন ডিজাইনাৰ কীৰজিদা ৰড্ৰিগুৱেজ নহয়!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট শেহতীয়াভাৱে ফেচবুকত এগৰাকী কৰ্কট ৰোগত আক্ৰান্ত হৈ প্ৰান হেৰুওৱা মহিলাৰ এক দীঘলীয়া প্ৰেৰণামূলক বৰ্তব্য সম্বলিত পোষ্ট ভাইৰেল হৈছে। পোষ্টটোত এগৰাকী মহিলাৰ এখন ফটোও লগোৱা হৈছে, যিখনত মহিলাগৰাকী হাস্পতালত ভৰ্তি হৈ থকা দেখা গৈছে।   ফেচবুক ব্যৱহাৰকাৰী আব্দুল হাছিবে ২০২০ চনৰ ২৬চেপ্তেম্বৰত দিনৰ ১২ বাজি ৩৯মিনিটত এই পোষ্টটো দিছিল।- “এবাৰ পঢ়িবলৈ অনুৰোধ […]

Continue Reading