ভিডিঅ’টো পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা বিনয় নৰৱাল আৰু তেওঁৰ পত্নীৰ নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এক দম্পতীৰ এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে সেয়া পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত নিহত নৌসেনা বিষয়া বিনয় নৰৱালে তেওঁৰ পত্নীৰ সৈতে কৰা ভিডিঅ’।  Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি ভিডিঅ’টো ভালদৰে চাই গম পালোঁ যে বিনয় নৰৱাল […]

Continue Reading

পুৰণি ভিডিঅ’ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত জড়িত এটা সন্ত্ৰাসবাদীৰ ভিডিঅ’ বুলি ভাইৰেল।

কমেও ২৬ জন লোকৰ প্ৰাণ কাঢ়ি নিয়া পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত এই ঘটনাৰ সৈতে জড়িত বিভিন্ন পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই পটভূমিত চিকিৎসালয়ৰ বিচনাত এজন ব্যক্তিক সাংবাদিকে সাক্ষাৎকাৰ লোৱাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ভাইৰেল ভিডিঅ’টোত থকা ব্যক্তিজনেই হৈছে শেহতীয়াকৈ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত […]

Continue Reading

মহাৰাষ্ট্ৰৰ পুৰণি ভিডিঅ’ পশ্চিমবংগত শেহতীয়াকৈ বজৰং দলৰ সদস্যসমূহ প্ৰৱেশ কৰাৰ দৃশ্য বুলি ভাইৰেল।

শেহতীয়াকৈ এক বাইক ৰেলীৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে সেয়া বজৰং দলৰ সদস্যসমূহ হিংসাজৰ্জৰ পশ্চিমবংগত প্ৰৱেশ কৰাৰ দৃশ্য। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “ৰাজস্থান, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আদিৰ চুকে-কোণে থকা হাজাৰ হাজাৰ বজৰং দলৰ কৰ্মীয়ে যোৱা নিশা হিন্দুসকলৰ জীৱন ৰক্ষাৰ বাবে পশ্চিমবংগত উপস্থিত হয়…  👉কোনো চৰকাৰ বা […]

Continue Reading

প্ৰায় এবছৰ পুৰণি ভিডিঅ’ আমষ্টাৰডাম বিশ্ববিদ্যালয়ৰ শেহতীয়া হিংসাত্মক ঘটনাৰ দৃশ্য বুলি ভাইৰেল।

যোৱা ১৪ এপ্ৰিলৰ পুৱা মুখা পৰিহিত পেলেষ্টাইন সমৰ্থক বিক্ষোভকাৰীয়ে আমষ্টাৰডাম বিশ্ববিদ্যালয়ৰ মাগডেনহুইছ দখল কৰে। এই পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে মুখত কাপোৰ বান্ধি হাতত লাঠী লৈ এদল লোকে আন কিছুমানক আক্ৰমণ কৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে সেয়া শেহতীয়াকৈ আমষ্টাৰডাম বিশ্ববিদ্যালয়ত ঘটা হিংসাত্মক ঘটনাৰ দৃশ্য। ফেচবুকত ভিডিঅ’টো […]

Continue Reading

উত্তৰাখণ্ডৰ ভগৱানপুৰ তেহছিল প্ৰশাসনে অবৈধভাৱে পৰিচালিত মাদ্ৰাছাসমূহত চলোৱা অভিযানৰ দৃশ্য উত্তৰ প্ৰদেশৰ বুলি ভাইৰেল।

ৱাকফ সংশোধনী বিধেয়ক সংসদত গৃহীত হোৱাৰ পাছতে উত্তৰ প্ৰদেশত অবৈধ আৰু নথি-পত্ৰবিহীন ৱাকফ সম্পত্তিৰ বিৰুদ্ধে অভিযান আৰম্ভ হোৱা বুলি দাবী কৰি এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টোত দেখা গৈছে যে এদল আৰক্ষী বিষয়াববীয়াই এজন ইছলাম ধৰ্মাৱলম্বী লোকৰ চৌহদত প্ৰৱেশ কৰিছে আৰু ইছলাম ধৰ্মাৱলম্বী ব্যক্তিজনে “office” (কাৰ্যালয়) বুলি লিখা থকা এটি কোঠাৰপৰা কিছু কাগজ-পত্ৰ লৈ […]

Continue Reading

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক এজন ব্যক্তিয়ে আক্ৰমণ কৰা এই ভিডিঅ’টো পুৰণি।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক এজন ব্যক্তিয়ে আক্ৰমণ কৰা দেখা গৈছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “আজি ৰাতিপুৱাই এজন যুবকে চৰিয়ালে মূখ্যমন্ত্রী নীতিশ কুমাৰক, ৱাকফ সংশোধনী বিল অনুমোদনৰ পৰিপ্ৰেক্ষিতত এই কাৰ্য্য” Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। […]

Continue Reading

বিহাৰৰ পুৰণি ভিডিঅ’ ৰাম নৱমীৰ সমদলৰ সময়ত শিলগুটি নিক্ষেপ কৰা লোকৰ ওপৰত পুলিচে লাঠীচালনা কৰা বুলি ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত পুলিচে কুৰ্তা-পায়জামা আৰু মুছলমান টুপী পৰিহিত এদল লোকৰ ওপৰত লাঠীচালনা কৰা দেখা গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ৰাম নৱমীৰ সমদলৰ সময়ত এইসকল লোকে শিলগুটি নিক্ষেপ কৰিছিল আৰু সেয়েহে পুলিচে এইদৰে তেওঁলোকৰ ওপৰত লাঠীচালনা কৰিছে। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই […]

Continue Reading

ৱাকফ সংশোধনী বিধেয়ক ২০২৫ গৃহীত হোৱাৰ পাছত আছাদুদ্দিন ওৱেইছিয়ে কান্দিছিল নেকি?

যোৱা ৪ এপ্ৰিলত ৰাজ্যসভাত ৱাকফ সংশোধনী বিধেয়ক ২০২৫ গৃহীত হোৱাৰ পাছতে ছ’চিয়েল মিডিয়াত এই সম্পৰ্কে বিভিন্ন ধৰণৰ আলোচনা হোৱা দেখা গৈছে। এই পৰিপ্ৰেক্ষিতত AIMIM ৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে চকু মোহাৰি থকা এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে ৱাকফ সংশোধনী বিধেয়ক ২০২৫ সংসদত গৃহীত হোৱাৰ পাছতে ওৱেইছিয়ে এইদৰে কান্দিছিল। Facebook Link […]

Continue Reading

ম্যানমাৰৰ শেহতীয়া ভূমিকম্পৰ সময়ত চীনৰ ৰুইলি চহৰৰ হস্পিতালৰ দৃশ্য ম্যানমাৰৰ বুলি ভাইৰেল।

ম্যানমাৰত শেহতীয়াকৈ হোৱা ৭.৭ প্ৰাবল্যৰ ভূমিকম্পৰ পাছত ছ’চিয়েল মিডিয়াত বহু ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এই পৰিপ্ৰেক্ষিতত এটা ভিডিঅ’ আমাৰ দৃষ্টিগোচৰ হ’ল য’ত কোনো এক হস্পিতালৰ এটা ৱাৰ্ডৰ ভূমিকম্পৰ সময়ৰ  চিচিটিভি ফুটেজ দেখা গৈছে। ভিডিঅ’টোত দেখা গৈছে যে তীব্ৰ ভূমিকম্পৰ সময়ত এগৰাকী নাৰ্ছে নৱজাতক এটিক কোচত লৈ মজিয়াত আঁঠু কাঢ়ি বহি পৰিছে আৰু আন […]

Continue Reading

সুনীতা উইলিয়ামছৰ ভাৰত ভ্ৰমণৰ সময়ৰ পুৰণি ভিডিঅ’ আমেৰিকাৰ সংবাদমেলৰ বুলি ভাইৰেল।

শেহতীয়াকৈ সুনীতা উইলিয়ামছৰ এক সংবাদ মেলৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত সুনীতা উইলিয়ামছে ভাগৱত গীতা আৰু উপনিষদৰ বিষয়ে কোৱা দেখা গৈছে। দাবী কৰা হৈছে যে সেয়া সুনীতা উইলিয়ামছৰ আমেৰিকাৰ এক সংবাদ মেলৰ দৃশ্য। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “বিজ্ঞানৰ দুই এটা সূত্ৰ মুখস্থ কৰি নিজকে বৈজ্ঞানিক বুলি ভাবি লৈ ধৰ্মক উপলুঙা […]

Continue Reading