২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত পৰাস্ত হোৱাৰ পাছত এইদৰে কন্দা নাছিল বিজেপি নেত্ৰী নৱনীত ৰানাই।

শেহতীয়াভাবে অসমত এটা ভিডিঅ’ বিয়পিছে । ভিডিঅ’টোত দেখা গৈছে যে শেহতীয়া ১৮ সংখ্যক লোকসভা নিৰ্বাচনত অমৰাৱতী সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ হৈ প্ৰতিদ্বন্দ্বীতা কৰি পৰাজয় বৰণ কৰা প্ৰাৰ্থী নৱনীত ৰাণাই হাস্পতালৰ বিচনা এখনত বহি কান্দি আছে আৰু তেওঁক তেওঁৰ স্বামীয়ে সান্তনা প্ৰদান কৰিছে। ভিডিঅ’টো ফেচবুকত পোষ্ট কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে লিখিছে- ইলেকচনত হাৰি কান্দি তত পোৱা […]

Continue Reading

বদৰুদ্দিন আজমলে জিভা পিছলি ৰবিকুল হুছেইনেই জয়লাভ কৰিব আৰু তেওঁ জিকাৰ প্ৰশ্নয়ে নাই বুলি কৈছিল  

শেহতীয়াভাবে অসমত এটা ভিডিঅ’ ভাইৰেল ৰৈ পৰা দেখা গৈছে। এটা ফেচবুক একাউণ্টত সেই ভিডিঅ’টো আপলোড কৰি ভিডিঅ’টোৰ ওপৰত লিখি দিয়া হৈছে- “সচা কথা কোৱাৰ বাবে ধন্যবাদ। ধুবুৰীত ৰকিবুল হুছেইন জিকিব” । ভিডিঅ’টোত অসমৰ ৰাজনৈতিক দল এআইইউডিএফৰ মুৰব্বী তথা প্ৰাক্তন সাংসদ আৰু সদ্যঘোষিত ১৮ সংখ্যক লোকসভা নিৰ্বাচনত ধুবুৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বীতা কৰি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ […]

Continue Reading

কংগনা ৰানাৱতৰ সৈতে এয়া আবু চালেম নহয়, সাংবাদিক মাৰ্ক মেনুৱেল হে।

শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এখন ফটো ভাইৰেল ৰৈ পৰা দেখা গৈছে। দাবী কৰা হৈছে যে বলিউডৰ অভিনেত্ৰী কংগনা ৰানাৱতে গেংষ্টাৰ আবু চালেমৰ সৈতে একেলগে ফটো উঠিছে।  আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী ব্যৱহাৰকাৰীয়ে সেই স্ক্ৰীণশ্বটটো প্ৰেৰণ কৰি সেই কথা সঁচা নেকি জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল।  Archived Link কিন্তু এই দাবী সত্য হয়নে?    আমি ফেক্ট ক্ৰেছেণ্ডো […]

Continue Reading

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গুৰু গোবিন্দ সিঙৰ পাঞ্জ প্যাৰেৰ এজন তেওঁৰ খুৰাক বুলি কৈছিল নেকি?

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এটা ভিডিঅ’ ক্লিপ ভাইৰেল হৈছে এই দাবীৰে যে গুৰু গোবিন্দ সিঙৰ পাঞ্জ প্যাৰেৰ এজন প্ৰধানমন্ত্ৰী মোডীৰ খুৰাক আছিল বুলি তেওঁ কৈছিল। এই ভিডিঅ’টো আমাৰ হোৱাটচ‌এপ নম্বৰলৈও (৯০৪৯০৫৩৭৭০) ফ’ৰৱাৰ্ড কৰা হৈছিল সত্যতা নিৰূপণৰ বাবে। Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি ভাইৰেল ভিডিঅ’টোৰ […]

Continue Reading

২০২৩ৰ চেপ্তেম্বৰৰে পৰা বিভিন্ন ভাষাৰে বিভিন্ন দেশৰ বুলি দাবী কৰি শ্বেয়াৰ হৈ থকা ভিডিঅ’ এটা ভাৰতৰ শেহতীয়া ৰিমাল ঘূৰ্ণীবতাহৰ বুলি দাবী কৰি পুনৰ প্ৰচাৰ।  

শেহতীয়াভাবে অসমত এটা ভিডিঅ’ ভাইৰেল ৰৈ পৰা দেখা গৈছে। এটা ফেচবুক পেজে সেই ভিডিঅ’টো আপলোড কৰি দাবী কৰিছে যে সেইটো আমাৰ দেশৰ ভিডিঅ’ আৰু সেয়া শেহতীয়া ঘূৰ্ণীবতাহ ৰিমালৰ প্ৰভাৱ। পোষ্টটো কৰি লিখিছে- দেশৰ ভিন্ন প্ৰান্তত ৰেমলে ভয়ানক ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।  Facebook Link। Archived Link  কিন্তু এই দাবী সত্য হয়নে?    আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই […]

Continue Reading

তৰমুজত ৰাসায়নিক পদাৰ্থ মিহলাই থকা এই ভিডিঅ’টো এটা স্ক্ৰীপ্টেড ভিডিঅ’।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে মুখত কাপোৰ বান্ধি থকা এজন ব্যক্তিক তৰমুজত ৰাসায়নিক পদাৰ্থ মিহলি কৰি থকা বুলি এজন পুলিচে লাঠী দেখুৱাই ধমক দি আছে। পুলিচজনক ভিডিঅ’টোত দেখা যোৱা নাই যদিও লাঠীডাল আৰু ভিডিঅ’টোত হোৱা কথা-বতৰাৰ পৰা আনজন ব্যক্তি পুলিচ বুলি বুজিব পৰা যায়। ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে […]

Continue Reading

২২মে’ৰ পৰা ২৮ মে’লৈ Equinox বা বিষুৱকাল নহয়। Equinox বা বিষুৱকালৰ সৈতে শৰীৰত পানীৰ পৰিমান কমি যোৱাৰ কোনো বৈজ্ঞানীক ভিত্তি নাই।  

শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল ৰৈ পৰা দেখা গৈছে। এখন স্ক্ৰীণশ্বটত লিখা হৈছে যে ২২ মে’ৰ পৰা ২৮মে’ৰ ভিতৰত সূৰ্য্যটো পৃথিৱীৰ বিষুৱ ৰেখাৰ সমান্তৰালকৈ অৱস্থান কৰি মুৰৰ ওপৰত থাকিব আৰু ই শৰীৰত ডিহাইড্ৰেছন বা জলহীনতাৰ সৃষ্টি কৰিব। ইয়াকে একুইনোক্স(Equinox) বা বিষুৱকাল বুলি কোৱা হয়। সেইবাবে প্ৰচুৰ পৰিমাণে পানী খোৱাৰ পৰামৰ্শ দিয়া হৈছে মেছেজটোত। […]

Continue Reading

২০২৪ চনৰ ৪ জুনৰ পাছত নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থাকিব বুলি ৰাহুল গান্ধীয়ে কোৱা নাছিল। ভিডিঅ’টো সম্পাদনা কৰা হৈছে।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ৰাহুল গান্ধীৰ এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত ৰাহুল গান্ধীয়ে এইদৰে কোৱা শুনা যায়,”২০২৪ ৰ ৪ জুনত নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থাকিব” (२०२४, ४ जून, नरेंद्र मोदी हिंदुस्तान के प्रधानमंत्री रहेंगे)। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,”ইমান সচা কথা কোৱা মানুহ এই পৃথিৱীত দ্বিতীয় এজন নাই ।” Facebook Link | Archived […]

Continue Reading

এমেজনে ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ বিভাগৰ সহযোগত অনলাইন চাকৰিৰ ব্যৱস্থা কৰা নাই। এই বিজ্ঞাপন ভুৱা।

শেহতীয়াকৈ অসমৰ হোৱাটছএপ ব্যৱহাৰকাৰীসকৰ মাজত এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে। ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ ব্যৱস্থাপনা বিভাগে প্ৰসিদ্ধ ই-কমাৰ্ছ কোম্পানী এমেজনৰ সহায়ত অনলাইন চাকৰিৰ ব্যৱস্থা কৰা বুলি বিজ্ঞাপন দিয়া সেই ফটোখনত লিখা হৈছে যে ঘন্টাত ৯০০ টকাকৈ লাভ কৰিব পৰা ১২০টা পদৰ বাবে অনলাইন চাকৰিৰ ব্যৱস্থা কৰা হৈছে। আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী […]

Continue Reading

২০২২ত পশ্চিমবংগৰ দমদমৰ ভোটকেন্দ্ৰত হোৱা ৰিগিঙৰ দৃশ্য বৰপেটা লোকসভা সমষ্টিৰ বুলি প্ৰচাৰ।  

শেহতীয়াকৈ অসমৰ হোৱাটছএপত এটা ভিডিঅ’ প্ৰচাৰ কৰা হৈছে যে শেহতীয়া লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণত বৰপেটা লোকসভা সমষ্টিৰ ভোটকেন্দ্ৰত ৰিগিং কৰা হৈছিল। আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ সেই ভিডিঅ’টো প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সেই দাবী উত্থাপন কৰিছিল। লিখিছিল- বৰপেটা লোকসভা সমষ্টিত এনেকৈ হৈছিল ৰিগিং । Archived Link কিন্তু এই দাবী সত্য হয়নে?   আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ […]

Continue Reading