FACT CHECK: ট্ৰাম্পে মাৰাডোনাৰ বিষয়ে এইদৰে টুইট কৰা নাই!
২০২০চনৰ ২৫ নৱেম্বৰত আৰ্জেন্টিনাৰ ফুটবল কিংবদন্তী ডিয়েগো মাৰাডোনাই শেষ নিশ্বাস ত্যাগ কৰে আৰু তেতিয়াৰে পৰা ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ শ্ৰদ্ধাঞ্জলীমূলক পোষ্ট উভৈনদী হৈ পৰা পৰিলক্ষিত হৈছে। তাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড জে.ট্ৰাম্পৰ নামত কৰা এটা টুইটৰ স্ক্ৰিনশ্বট টুইটাৰ আৰু ফেচবুকত ভাইৰেল হৈ পৰা দেখা গৈছে, য’ত মাৰাডোনাক এগৰাকী মহিলা আৰু গায়িকা হিচাপে লিখা দেখা গৈছে। […]
Continue Reading