আতচবাজী প্ৰদৰ্শনৰ এই দৃশ্য আৰৱত দেৱালী উদযাপনৰ নহয়।

শেহতীয়াকৈ আতচবাজী প্ৰদৰ্শনৰ এক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এই দাবীৰে যে সেয়া ছৌদি আৰৱত দেৱালী উদযাপন কৰাৰ দৃশ্য।  Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি এটা ইউটিউব চেনেলত এই ভিডিঅ’টো ২০২৩ চনৰ […]

Continue Reading

FACT CHECK: এই ভিডিঅ’টো ভাৰতীয় নৌসেনাৰ দ্বাৰা দেৱালী উদযাপনৰ নহয়!

দেৱালীৰ পিছত প্ৰতি বছৰে দেৱালী উদযাপনৰ সৈতে সম্পৰ্কিত ফৰৱাৰ্ড বাৰ্তাৰ এক ‘স্পাইক’ থাকে । যদিও মহামাৰীৰ পিছৰ পৰিস্থিতিয়ে উৎসাহ অলপ হ্ৰাস কৰিছে, এই বছৰো দেৱালী উদযাপনৰ সন্দৰ্ভত সামাজিক মাধ্যম আৰু মেচেজিং প্লেটফৰ্মৰ জৰিয়তে বিভিন্ন ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে।  শেহতীয়াকৈ অসমত হোৱাটছএপত আলোকিত জাহাজ আৰু আতচবাজীৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে আৰু দাবী কৰা […]

Continue Reading

ভাৰত-পাকিস্তানৰ মাজত মিঠাই বিনিময়ৰ ভাইৰেল ভিডিঅ’টো ২০১৫ চনৰ হয়!

ফেচবুক পোষ্টৰ | সংৰক্ষিত পোষ্ট  দেৱালীৰ ঠিক পাছতেই এটা বিশেষ ভিডিঅ’  ছচিয়েল মিডিয়াৰ দ্বাৰা সমগ্ৰ দেশতে ভাইৰেল হৈ পৰিছে । ফেচবুক আৰু হোৱাটচ এপ্পত বিশেষকৈ বহুল ভাৱে প্ৰচাৰ হোৱা এই ভিডিঅ’টোত ভাৰত আৰু পাকিস্তানৰ সৈন্যক মিঠাই আৰু নানা উপহাৰ বিনিময় কৰা দেখা গৈছে । ভিডিঅ’টো শ্বেয়াৰ কৰোঁতে দাবী কৰা হৈছে যে এই ভিডিঅ’টো শেহতীয়াকৈ হৈ […]

Continue Reading

এইটো সঁচাকৈ গুৱাহাটী মহানগৰীৰ দেৱালী ৰাতিৰ ভিডিঅ’ নেকি?

সম্প্ৰতি ছচিয়েল মিডিয়া যেনে ফেচবুক বা হোৱাটচ এপ্পত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । গুৱাহাটী মহানগৰীৰ দেৱালী ৰাতিৰ নান্দনিক দৃশ্য বুলি ভাইৰেল হৈ পৰা এই ভিডিঅ’টোয়ে ছচিয়েল মিডিয়াৰ জৰিয়তে সমগ্ৰ অসমতে খলকনি লগাইছে ।  উক্ত ভিডিঅ’টোত এখন বিশাল চহৰ দেখা গৈছে আৰু বিভিন্ন ৰঙা-নীলা লাইটৰ পোহৰৰ লগতে ৰাতিৰ আকাশত নানা ধৰণৰ আতচবাজিৰ বাহাৰ দেখিবলৈ […]

Continue Reading