ক’ৰনা ভাইৰাছৰ আতংকৰ সময়তে আমেৰিকাত হেজাৰ হেজাৰ কাউৰী ওলাইছে নেকি?

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ এক বিশেষ ভিডিঅ’, য’ত হেজাৰ হেজাৰ ক’লা চৰাই আহি আমেৰিকাৰ এখন ৱালমাৰ্টৰ আশে পাশে অৱস্থান কৰা দেখা গৈছে, ফেচবুকত ভাইৰেল হৈ পৰিছে । যি সময়ত ন’ভেল ক’ৰনা ভাইৰাছ সমগ্র বিশ্বতে বিয়পি পৰিছে আৰু লাখ লাখ মানুহৰ ইতিমধ্যে মৃত্যু ঘটিছে, সেই সময়তে এই বিশেষ ভিডিঅ’টো বিভিন্ন দেশত বিভিন্ন ধৰণে শ্বেয়াৰ […]

Continue Reading