জলন্ধৰৰ এক দুগ্ধ পামত সংঘটিত গৰুৰ ওপৰত অত্যাচাৰৰ ঘটনা বাংলাদেশৰ বুলি ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে কেইজনমান লোকে এটা গৰুক নিৰ্মমভাৱে লাঠীৰে প্ৰহাৰ কৰি আছে। প্ৰহাৰ কৰাৰ ফলত এটা সময়ত গৰুটো মাটিত বাগৰি পৰা দেখা গৈছে। দাবী কৰা হৈছে যে এই ভিডিঅ’টো বাংলাদেশৰ। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “এই দৈত্য দানৱক দমন কৰিবলৈ ঈশ্বৰ কেতিয়া জাগ্ৰত হ’ব !?? […]

Continue Reading

ৰাজস্থানৰ পুৰণি ফটো হিমাচল প্ৰদেশৰ শেহতীয়া ঘটনাৰ ফটো বুলি প্ৰচাৰ কৰা হৈছে!

ফেচবুক লিংক | সংৰক্ষিত লিংক কিছুদিনৰ আগতে আপলোড হোৱা এক বিশেষ ফেচবুক পোষ্ট অসমত পুনৰাই শ্বেয়াৰ হব ধৰিছে । উক্ত ফেচবুক পোষ্টটোত কিছু ফটো আপলোড কৰা হৈছে য’ত এজনী মুখত আঘাত প্ৰাপ্ত গাই গৰু দেখা গৈছে । দাবী  কৰা হৈছে যে এইটো হিমাচল প্ৰদেশৰ ঘটনা হয় আৰু সন্তান সম্ভবা হৈ থকা দূৰ্ভগীয়া উক্ত গাই গৰুজনীক […]

Continue Reading

বাঘ আৰু গৰুৰ নিবিড় সম্পৰ্কৰ এই ঘটনাটো বা ভাইৰেল ফটোকেইখন অসমৰ নহয়!

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ বাঘ আৰু গৰুৰ একেলগে থকা কেইখনমান ফটোৱে ছচিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰিছে । দাবী কৰা হৈছে যে এই ফটোকেইখন অসমৰ হয় আৰু উক্ত বাঘটোক সৰুতে এই গৰুজনীয়ে গাখীৰ খুৱাইছিল আৰু সেইবাবে বাঘটোৱে এতিয়া ডাঙৰ হৈ গৰুজনীৰ ওচৰলৈ আহে আৰু কোনো অপকাৰ নকৰে ।  এই সম্পৰ্কে হোৱাটচ এপ্পত আমাক কিছু […]

Continue Reading