এইটো অসমত আৰএছএছ’ৰ কাৰ্য্যলয় ভঙাৰ ভিডিঅ’ নহয়!
ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট যিসময়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্রতিবাদে অসমৰ লগতে সমগ্ৰ দেশকে ছানি ধৰিছে আৰু ভাৰতৰ বিভিন্ন ঠাইত উত্তাল প্ৰতিবাদ সাব্যস্ত হৈছে, অসমৰ এক বিশেষ ভিডিঅ’ বহিৰাজ্যত ভাইৰেল হৈ পৰিছে । অসমত ‘কা’ বিৰোধী প্ৰতিবাদকাৰীয়ে আৰএছএছ’ৰ অফিচ লণ্ড ভণ্ড কৰা বুলি এটা ভিডিঅ’ চাকিৰ নামৰ এটা ফেচবুক একাউন্টৰ পৰা যোৱা ১৩ ডিচেম্বৰ, […]
Continue Reading