AI Generated ভিডিঅ’ ব্যৱহাৰ কৰি কেডাৰনাথত বাছ দুৰ্ঘটনা হোৱা বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে বাছ দুৰ্ঘটনাৰ এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেইটো কেডাৰনাথলৈ যোৱা এখন যাত্ৰীবাহী বাছৰ দুৰ্ঘটনাৰ ভিডিঅ’। ভিডিঅ’টোত ব্যৱহাৰকাৰীজনে নিজেই কেমেৰাৰ সমুখত সেই দাবী উত্থাপন কৰিছে।     Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণীতে […]

Continue Reading

এইখন প্ৰিয়ংকা গান্ধীয়ে দেশৰ বিভিন্ন ৰাজ্যত কৰ্মৰত উত্তৰ প্ৰদেশৰ শ্ৰমিক আৰু কৰ্মচাৰী সকলক উভতাবলৈ যোগাৰ কৰা ১০০০খন বাছৰ ফটো নেকি?

ফেচবুক লিংক । সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় তিনি লাখতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৪৮ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে এক লাখতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰে ৩১৬৩ জনৰ মৃত্যু হৈছে । অসমতো […]

Continue Reading