ডলী চাইৱালাক মাইক্ৰ’ছফ্ট ১২ৰ ব্ৰেণ্ড এম্বেচেডৰ ঘোষণা কৰা কথাটো অসত্য। এই দাবী বিভ্ৰান্তিকৰ। 

শেহতীয়াভাবে অসমৰ একাধিক ফেচবুক পেজ আৰু ব্যৱহাৰকাৰীয়ে এটা বিশেষ দাবী উত্থাপন কৰি পোষ্ট কৰিছে যে নিজৰ অগতানুগতিক ধৰণ কৰণেৰে  সামাজিক মাধ্যমযোগে বিখ্যাত হৈ পৰা নাগপুৰৰ চাহ দেকানী সুনীল পাটিল ওৰফে ডলী চাইৱালা বিশ্ববিখ্যাত কোম্পানী মাইক্ৰ’ছফ্টৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্ত হৈছে। গুগল এআইত ডলী চাইৱালাক লৈ বিশেষ ওভাৰভিউ অহা বুলি সেই দাবীসম্বলিত পোষ্টত লিখা হৈছে। তেনেকুৱা […]

Continue Reading