কম্বোডিয়াৰ বাঘৰ পুৰণি ফটো বৰপেটাৰ পাটবাউসীত ওলোৱা বাঘৰ বুলি ভাইৰেল। 

শেহতীয়াভাৱে এখন ফটো অসমৰ হোৱাটছএপত বাৰুকৈয়ে ভাইৰেল হৈ পৰিছে। নিশাৰ অৰণ্যত বিচৰণ কৰি থকা এটা বাঘৰ ফটোখন ভাইৰেল কৰি দাবী কৰা হৈছে যে সেইখন বৰপেটা জিলাৰ পাটবাউসীত ওলোৱা বাঘৰ ফটো। বহুতে সেইখন নিজৰ হোৱাটছএপ ষ্টেটাছতো লগোৱা আমাৰ নজৰত পৰিছে। Archived Link  কিন্তু এই দাবীটো সত্য হয়নে? বৰপেটাত সঁচাকৈয়ে বাঘ ওলাইছিল নেকি? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই […]

Continue Reading

ভাইৰেল ফটোখনত থকা তৰোৱালবোৰ অসমৰ কোনো মাদ্ৰাছাৰ পৰা উদ্ধাৰ হোৱা নাই

অলপতে ফেচবুকত এখন বিশেষ ফটো ভাইৰেল হোৱা দেখা গৈছে। ফটোখনত দেখা গৈছে উদ্ধাৰ হোৱা বহুতো তৰোৱালৰ সৈতে কেইগৰাকীমান আৰক্ষীক। “অসমীয়া পেজ” নামৰ ফেচবুক পেজ এটাৰ পৰা এই ফটোখন আপলোড কৰি দাবী কৰা হৈছে যে এই তৰোৱাল সমূহ জনিয়াৰ এখন মাদ্ৰাছাৰ পৰা বৰপেটা আৰক্ষীয়ে উদ্ধাৰ কৰিছে। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই […]

Continue Reading