টেলিগ্ৰাম এপটো ভাৰতত নিষিদ্ধ কৰা হৈছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

শেহতীয়াকৈ, ভাৰতত টেলিগ্ৰাম এপটো নিষিদ্ধ কৰা হৈছে বুলি কিছুমান পোষ্ট ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি প্ৰথমে গুগলত প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া এ এন আইৰ অফিচিয়েল এক্স হেণ্ডলত ২০২৬ চনৰ ১৬ জুনৰ এটা টুইট পালোঁ। টুইট […]

Continue Reading

অসমত ব্ৰ‌ইলাৰ মুৰ্গীৰ মাংস বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে নেকি?

শেহতীয়াকৈ চ’চিয়েল মিডিয়াত এটা বাতৰি ভাইৰেল হৈছে য’ত কোৱা হৈছে যে বাৰ্ড ফ্লুৰ বাবে অসমত ব্ৰ‌ইলাৰ মুৰ্গীৰ মাংস নিষিদ্ধ কৰা হৈছে। Facebook Link | Archived Link তেনে এটা পোষ্ট আমি ইয়াতো পালোঁ। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি ভাইৰেল ভিডিঅ’টো প্ৰথমে ভালদৰে চালোঁ। ভিডিঅ’টোৰ ১:০১ […]

Continue Reading

কানাডাত সঁচাকৈয়ে আৰএছএছক নিষিদ্ধ কৰা হৈছে নেকি? সত্যটো কি জানক।  

শেহতীয়াভাৱে কানাডাত এগৰাকী শিখ নেতাক হত্যা কৰাক লৈ ভাৰত আৰু কানাডাৰ মাজৰ কুটনৈতিক সম্পৰ্কত প্ৰভাৱ পৰা দেখা গৈছে। পৃথক খালিস্তানৰ দাবীয়ে বিশ্বৰ আন প্ৰান্তৰ কিছুমান দেশত ভাৰত বিৰোধী এক বাতাবৰণৰ সৃষ্টি কৰা দেখা গৈছে। তেনে পৰিপ্ৰেক্ষিটত ফেচবুক, এক্স(পূৰ্বৰ টুইটাৰ) আদি সামাজিক মাধ্যমত এটা ভিডিঅ’ বহুলভাৱে প্ৰচাৰ হোৱা দেখা গৈছে, য’ত এগৰাকী ব্যক্তিয়ে কানাডাত আৰএছএছ নিষিদ্ধ […]

Continue Reading