ওডিছাৰ ৰুছিকুল্যা নৈৰ পাৰৰ অলিভ ৰিডলে কাছৰ দৃশ্য অসমৰ সোৱনশিৰিৰ বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাবে অসমৰ  এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া সোৱনশিৰি নৈৰ পাৰৰ বালিচৰৰ দৃশ্য। ভিডিঅ’টোত দেখা গৈছে যে হাজাৰ হাজাৰ কাছ পানীৰ পৰা পাৰলৈ উঠি আহিছে। ভিডিঅ’টোক ব্যৱহৃত অসমীয়া ভাষাৰ ভয়ছ ওভাৰত শুনা যায় যে এয়া অসমৰ সোৱনশিৰি নৈৰ পাৰৰ দৃশ্য আৰু এইদৰে নৈৰ পৰা কাছবোৰ পাৰলৈ উঠি আহিছে আৰু […]

Continue Reading

আৰ্জেন্টিনাৰ চৰকাৰে মেছিৰ ফটো থকা বেংকনোট প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত সঁচাকৈয়ে লৈছেনে?

আৰ্জেণ্টিনাই ফিফা বিশ্বকাপৰ খিতাপ জয় কৰাৰ লগে লগে ছ’চিয়েল মিডিয়াত তাৰকা ফুটবলাৰ লিয়নেল মেছিৰ ছবি আৰু ভিডিঅ’ৰে উপচি পৰিছে। আৰ্জেণ্টিনাৰ দলৰ সদস্যসকলক তেওঁলোকৰ গৃহ চহৰে অবিশ্বাস্যভাৱে আদৰণি জনায়। এতিয়া এটা দাবী চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে যে আৰ্জেণ্টিনাই মেছিক আন এক স্বীকৃতি দিবলৈ সাজু হৈছে। দাবীটো হ’ল আৰ্জেণ্টিনাই মেছিৰ ছবি থকা ১০০০ আৰ্জেণ্টিনাৰ পেছ’ […]

Continue Reading

বিজয় মালিয়াক ৯০০০ কোটি টকীয়া কেলেংকাৰীৰ গোচৰত কাৰাদণ্ড বিহা হোৱা নাই

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা পোষ্ট ফ’ৰৱাৰ্ড কৰা হৈছিল। তাত লিখা আছিল এইদৰে, “উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ যায় ৪ মাহৰ কাৰাবাস বিজয় মালিয়াক ৪০ মিলিয়ন মাৰ্কিন ডলাৰ আদায়ৰ আদেশ  ৯ হাজাৰ কোটি টকীয়া কেলেংকাৰীৰ গোচৰত এই কাৰাদণ্ড উচ্চতম ন্যায়ালয়ে দিলে গুৰুত্বপূৰ্ণ ৰায়” | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ। সত্যতা […]

Continue Reading