আয়াৰলেণ্ডৰ পুলিচে পেলেষ্টাইন-সমৰ্থকৰ ওপৰত পেপাৰ স্প্ৰে’ ব্যৱহাৰ কৰা পুৰণি ভিডিঅ’ অষ্ট্ৰেলিয়াৰ শেহতীয়া গুলীচালনাৰ ঘটনাৰ পাছৰ বুলি ভাইৰেল।

যোৱা ১৪ ডিচেম্বৰত অষ্ট্ৰেলিয়াৰ ছিডনীৰ “ব’ণ্ডি বীছ”ত (Bondi Beach) দুজন আততায়ীয়ে নিৰ্বিচাৰে গুলীচালনা কৰাৰ ফলত ১৫ জন লোকৰ মৃত্যু হৈছিল। ইহুদী ধৰ্মৰ হানুক্কা উৎসৱ উদযাপনত অংশগ্ৰহণ কৰা লোকসকলৰ ওপৰত আক্ৰমণ কৰা আততায়ী দুজন পিতৃ-পুত্ৰ বুলি চিনাক্ত কৰা হৈছে। পিতৃজন পুলিচৰ গুলীত নিহত হয় আৰু পুত্ৰজন সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। পিতৃজনৰ নাম ছাজিদ আক্ৰাম আৰু […]

Continue Reading

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ অধিনায়কক দুৰ্ব্যৱহাৰ কৰিছিল নেকি?

১৯ নৱেম্বৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বিশ্বকাপ ক্ৰিকেট ২০২৩ ৰ ফাইনেল খেল অনুষ্ঠিত হয়। অষ্ট্ৰেলিয়াই ভাৰতক পৰাস্ত কৰি বিশ্বকাপৰ ট্ৰফী লাভ কৰে। খেলৰ শেষত পুৰস্কাৰ প্ৰদান অনুষ্ঠানৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টোত অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সক ট্ৰফী হাতত লৈ থকা দেখা গৈছে। পি এম মোদীক পেট কামিন্সৰ […]

Continue Reading

অষ্ট্ৰেলিয়াৰ বনজুইৰ সময়ত কোৱালাৰ পোৱালীক শিয়ালিয়ে গাখীৰ খুৱাই থকা ভিডিঅ’ৰ আচল কাহিনী!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বনজুইৰ বিধ্বংসী ৰূপে সমগ্ৰ বিশ্বকে জোকাৰি গৈছে । এই জুইৰ মাজত সোমাই পৰা নানা জীৱ জন্তুৰ দুখ লগা ফটো আৰু ভিডিঅ’য়ে ছচিয়েল মিডিয়া ভৰি পৰিছে । বিশেষকৈ অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় জন্তু কেংগেৰু আৰু কোৱালাৰ বিভিন্ন দুখলগা ছবিয়ে বিশ্ববাসীক মৰ্মাহত কৰি তুলিছে । ইয়াৰ লগতে অষ্ট্ৰেলিয়াৰ বনজুইৰ বলি হোৱা বুলি […]

Continue Reading

ভাইৰেল ভিডিঅ’ৰ কেংগেৰুটো অষ্ট্ৰেলিয়াৰ বনজুইৰ পৰা উদ্ধাৰ কৰা নাই!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট শেহতীয়াকৈ অষ্ট্ৰেলিয়াত বনজুইয়ে লোৱা বিধ্বংসী ৰূপে সমগ্ৰ বিশ্ববাসীৰে দৃষ্টি আকৰ্ষণ কৰিছে । এই জুইৰ মাজত সোমাই পৰা নানা জীৱ জন্তুৰ দুখ লগা ফটো আৰু ভিডিঅ’য়ে ছচিয়েল মিডিয়া ভৰি পৰিছে । কিছুমান জীৱ জন্তুক বিভিন্ন জনে উদ্ধাৰ কৰা ফটো-ভিডিঅ’ও আপলোড হৈছে ।  এনে এটা ভিডিঅ’, য’ত এটা কেংগেৰুয়ে এগৰাকী মহিলাক সাৱটি […]

Continue Reading