ক’ৰনা ভাইৰাছ ৰোগৰ পৰিপ্ৰেক্ষিতত চৰকাৰে পৰ্ণচাইটৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লৈছে বুলি ‘এএনআই’য়ে টুইট কৰিছে নেকি?

ফেচবুক লিংক | সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ ২০ হাজাৰতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে ।  […]

Continue Reading