কপিল ছিবাল আৰু অভিষেক মনু সিংঘৱীয়ে কলকাতাৰ ধৰ্ষণৰ ঘটনাৰ অভিযুক্তক প্ৰতিনিধিত্ব কৰিছে নেকি? জানক সত্যতা।

কলকাতাৰ ধৰ্ষণৰ ঘটনাৰ পাছতে সমগ্ৰ দেশত প্ৰতিবাদৰ সৃষ্টি হৈছে। এই ঘটনাৰ অনুসন্ধানৰ দায়িত্ব চিবিআইক অৰ্পণ কৰা হৈছে। ইতিমধ্যে চিবিআয়ে ধৰ্ষণৰ ঘটনাৰ অভিযুক্ত সঞ্জয় ৰয়ৰ “লাই ডিটেকশ্বন টেষ্ট” সম্পন্ন কৰা বুলি জানিব পৰা গৈছে। বৰ্তমান ছ’চিয়েল মিডিয়াত এটা পোষ্ট ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে জ্যেষ্ঠ অধিবক্তা কপিল ছিবাল আৰু অভিষেক মনু সিংঘৱীয়ে অভিযুক্তৰ পক্ষত […]

Continue Reading

ফটোখনৰ বাওঁফালে থকা ব্যক্তি দুজন মণিপুৰৰ ঘটনাৰ অভিযুক্ত নহয়।

মণিপুৰত হোৱা নাৰী নিৰ্যাতনৰ ঘটনাৰ মূল অভিযুক্ত এজনক মণিপুৰ আৰক্ষীয়ে গ্ৰপ্তাৰ কৰাৰ পিছতে অভিযুক্ত হুইৰেম হিৰোদাস মেইটেইৰ ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। তেনে সময়তে মণিপুৰৰ ঘটনাৰ অভিযুক্ত বুলি আন এখন ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হৈছে। ফটোখনত আৰ এছ এছৰ পোছাক পৰিহিত দুজন লোকক দেখা গৈছে। দাবী কৰা হৈছে যে এই লোক দুজন মণিপুৰৰ ঘটনাত […]

Continue Reading