এইখন অসম এবিভিপিয়ে নাগৰিকত্ব সংশোধনী আইন আৰু এনআৰচিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা ফটো নহয়!

অসমৰ লগতে গোটেই উত্তৰ পূবতে নাগৰিকত্ব সংশোধনী আইনৰ (কা) বিৰুদ্ধে প্ৰবল আন্দোলন গঢ়ি উঠাৰ সময়তে ছচিয়েল মিডিয়াৰ জৰিয়তে শেহতীয়াকৈ এক বিশেষ পোষ্ট/ফটো ভাইৰেল হৈ পৰিছে । অসমতো হোৱাটচ এপ্পৰ জৰিয়তে ভাইৰেল হৈ পৰা এই ফটোখনত এবিভিপি, (অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ) অসমৰ দ্বাৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কৰা প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে বুলি দাবী কৰা হৈছে […]

Continue Reading