ফটোখনত থকা এই মূৰ্তিটো ৫০০০ বছৰ পুৰণি বিষ্ণু মূৰ্তি নহয়
অলপতে আমাৰ হোৱাটচএপ নম্বৰলৈ এখন ফটো আহিছিল। ফটোখন আছিল সাগৰৰ তলত থকা এটা মূৰ্তিৰ। দাবী কৰা হৈছে যে এই মূৰ্তিটো ৫০০০ বছৰ পুৰণি আৰু সাগৰৰ তলিত উদ্ধাৰ হৈছে। Archived Link একেখন ফটো ফেচবুকতো শ্বেয়াৰ হোৱা দেখা গ’ল। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ। সত্যতা নিৰূপণ পদ্ধতি […]
Continue Reading