ৰাজহুৱা স্থানত চুম্বন কৰা এই দৃশ্যটোৰ ক’কৰোছ জনতা পাৰ্টিৰ যন্তৰ মন্তৰত বৰ্তমান চলি থকা প্ৰতিবাদৰ সৈতে কোনো সম্পৰ্ক নাই।
শেহতীয়াকৈ এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত য’ত দেখা গৈছে যে এগৰাকী যুৱতীয়ে আন এগৰাকী যুৱতীক এক ভিৰৰ সন্মুখত চুম্বন কৰিছে আৰু তাৰ পাছত আন এজন যুৱকক চুম্বন কৰিছে। দাবী কৰা হৈছে যে সেয়া ক’কৰোছ জনতা পাৰ্টিৰ যন্তৰ মন্তৰত বৰ্তমান চলি থকা প্ৰতিবাদৰ সময়ত নিশা ২ বজাৰ দৃশ্য। Facebook Link | Archived Link আমি […]
Continue Reading
