FACT CHECK: এইখন কাশী বিশ্বনাথ মন্দিৰৰ ছবি নহয়!

বিভিন্ন সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ জৰিয়তে আমি অৱগত যে প্ৰধানমন্ত্ৰী মোদীয়ে বাৰাণসীৰ উন্নয়নৰ অংশ হিচাবে ১৩ ডিচেম্বৰত বাৰাণসীত কাশী বিশ্বনাথ মন্দিৰ কৰিডৰ প্ৰকল্প উদ্বোধন কৰিব। প্ৰকল্পটোৱে বাৰাণসী চহৰৰ চেহেৰা সলনি কৰিব বুলি কোৱা হৈছে। এনে সময়তে সুন্দৰ ৰূপে জিলিকি থকা মন্দিৰৰ এখন ছবি ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈছে আৰু ভাইৰেল হৈ পৰিছে ।  অসমতো উক্ত মন্দিৰৰ ছবিখন […]

Continue Reading