FACT CHECK: পুৰণি ৫টকীয়া, ১০টকীয়া আৰু ১০০টকীয়া নোট এই বছৰৰ মাৰ্চৰ পৰা অচল নহয়!
শেহতীয়াভাবে বহুকেইটা সংবাদ মাধ্যম তথা ছ’চিয়েল মিডিয়াত এটা কথা বহুলভাৱে প্ৰচাৰ হৈছে যে এইবছৰৰ মাৰ্চৰ পৰা ভাৰতত পুৰণি ৫টকীয়া, ১০টকীয়া আৰু ১০০টকীয়া নোটসমুহ অচল হৈ পৰিব। অসমৰো বহুতো ফেচবুক একাউন্টৰ পৰা এইধৰণৰ পোষ্ট কৰা দেখা গৈছে। এনডি২৪ নামৰ এক নিউজ পৰ্টেলৰ ফেচবুক পেজত এই বিষয়ে এক বাতৰি যোৱা ২৩ জানুৱাৰী, ২০২১ তাৰিখে প্ৰকাশ কৰা হৈছে […]
Continue Reading