অসমত ১৫ জুনৰপৰা সুৰাৰ মূল্য ৬৫ শতাংশ বৃদ্ধি নহয়
যোৱা কিছুদিন ধৰি বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফ’ৰ্মত সুৰাৰ মূল্যবৃদ্ধি সম্পৰ্কে এটা বাৰ্তা প্ৰচাৰ হৈ আহিছে। বাৰ্তাটোত কোৱা হৈছে যে অহা ১৫ জুনৰপৰা অসমত সুৰাৰ মূল্য ৬৫ শতাংশ বৃদ্ধি হ’ব। Facebook Link | Archived Link Facebook Link | Archived Link Facebook Link | Archived Link অনুসন্ধানৰ পাছত আমি জানিব পাৰিলোঁ যে বাৰ্তাটোৰ ভুল ব্যাখ্যা কৰা হৈছে। […]
Continue Reading