ফ্ৰান্সত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনোৱা হোৱা নাছিল নেকি?

অলপতে যোৱা ১৩ আৰু ১৪ জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণসূচী লৈ ফ্ৰান্সলৈ গৈছিল। তেওঁৰ ভ্ৰমণৰ বহু ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈছ। এটা ভিডিঅ’ বহুত শ্বেয়াৰ কৰা হৈছে য’ত তেওঁক বিমানৰ পৰা নামি অহা দেখিবলৈ পোৱা গৈছে। ইয়াৰ পিছত তলত থিয় হৈ এগৰাকী মহিলাই তেওঁক আদৰি অনা দেখা গৈছে। এই ভিডিঅ’টোত সেই মহিলাগৰাকীৰ বাহিৰে তাত কোনো […]

Continue Reading

ফটোখনৰ বাওঁফালে থকা ব্যক্তি দুজন মণিপুৰৰ ঘটনাৰ অভিযুক্ত নহয়।

মণিপুৰত হোৱা নাৰী নিৰ্যাতনৰ ঘটনাৰ মূল অভিযুক্ত এজনক মণিপুৰ আৰক্ষীয়ে গ্ৰপ্তাৰ কৰাৰ পিছতে অভিযুক্ত হুইৰেম হিৰোদাস মেইটেইৰ ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। তেনে সময়তে মণিপুৰৰ ঘটনাৰ অভিযুক্ত বুলি আন এখন ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হৈছে। ফটোখনত আৰ এছ এছৰ পোছাক পৰিহিত দুজন লোকক দেখা গৈছে। দাবী কৰা হৈছে যে এই লোক দুজন মণিপুৰৰ ঘটনাত […]

Continue Reading

চুডানৰ একালৰ প্ৰতিৰক্ষামন্ত্ৰীৰ আজিৰ অৱস্থা এনেকুৱা অন্ন-বস্ত্ৰহীন হৈছেনে? সত্যটো কি?

শেহতীয়াভাৱে  অসমৰ ফেচবুকত দুখনমান ফটোৰে সৈতে এটা বাৰ্তা অতি বেছিকৈ ভাইৰেল হৈ পৰিছে। বিভিন্ন ফেচবুক ব্যৱহাৰকাৰীয়ে সেই ফটোদুখন চুডানৰ একালৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ বুলি দাবী কৰি পোষ্ট কৰিছে। তেওঁলোকৰ মতে একালৰ চুডানৰ মহা প্ৰতাপী প্ৰতিৰক্ষা মন্ত্ৰী কৰ্ণেল ইব্ৰাহিম শ্বামশ্বাডাইনৰ বৰ্তমানৰ অৱস্থা অতিকৈ শোচনীয় তথা অন্ন-বস্ত্ৰহীন। ১৯৫৫চনত চুডানৰ প্ৰতিৰক্ষামন্ত্ৰী হৈ থকা ইব্ৰাহিম শ্বামশ্বাডাইনে একালত ক্ষমতাৰ অপব্যৱহাৰ কৰি […]

Continue Reading

মণিপুৰৰ বৰ্বৰ নাৰী নিৰ্যাতনৰ মূল অভিযুক্তৰ নাম আব্দুল হালিম হয়নে? সত্যটো কি?    

শেহতীয়াভাৱে মণিপুৰত সংঘটিত জঘন্য, বৰ্ৰব নাৰী নিৰ্যাতনৰ ঘটনাৰ পাছত সমগ্ৰ দেশতে ইয়াক লৈ ধিক্কাৰ ধ্বনি শুনা গৈছে। সৰ্বত্ৰ কেৱল দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী উত্থাপন হৈছে। তেনে পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ তথ্য ভুলে শুদ্ধই বিয়পাই দিয়া দেখা গৈছে। একেবাৰে শেহতীয়াভাৱে ঘটনাটোৰ মূল দোষীজনক আৰক্ষীয়ে কৰায়ত্ব কৰাৰ পাছত দোষীৰ নাম আৰু ধৰ্মক লৈয়ো বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ […]

Continue Reading

এই ভিডিঅ’টোত অক্ষয় কুমাৰে মণিপুৰৰ ঘটনাৰ বিষয়ে কোৱা নাই।

মণিপুৰত দুগৰাকী কুকি সম্প্ৰদায়ৰ মহিলাৰ ওপৰত হোৱা জঘন্য নিৰ্যাতনৰ ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে সমগ্ৰ দেশতে ব্যাপক প্ৰতিবাদৰ সূচনা হৈছে। মণিপুৰৰ কাংপকপি জিলাত ৪ মে’ত মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হোৱাৰ এদিন পিছতে এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। আক্ৰমণকাৰীসকল আছিল মেইটেই। ইয়াৰ পিছতে পি এম মোদীয়ে অভিযুক্তক ৰেহাই দিয়া নহ’ব […]

Continue Reading

শাৰী,মংগলসূত্ৰ পিন্ধা এইসকল মহিলা চন্দ্ৰযান-৩ৰ বিজ্ঞানী হয়নে? সত্যটো কি?

শেহতীয়াকৈ ইছৰ’ই চন্দ্ৰযান-৩ উৎক্ষেপণ কৰিলে। ইয়াৰ বাবেই সমগ্ৰ দেশত এক সুখৰ পৰিবেশ বিৰাজ কৰিছে। এই বিষয়ে বহু ভিডিঅ’ আৰু ছবি ইণ্টাৰনেটত ভাইৰেল হৈ আছে। এনে পৰিপ্ৰেক্ষিতত এটা পোষ্ট ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখা গৈছে। পোষ্টটোত এখন ছবি সংলগ্ন কৰা হৈছে। সেই ছবিখনত কেইগৰাকীমান মহিলা আৰু পুৰুষে উদযাপন কৰা দেখা গৈছে। এই ছবিখন শ্বেয়াৰ কৰি […]

Continue Reading

অষ্ট্ৰেলীয়াৰ সাগৰ তীৰত চন্দ্ৰযান-৩ৰ খহি পৰা অংশ উদ্ধাৰ হৈছে নেকি? সত্যটো কি?    

শেহতীয়াভাৱে চন্দ্ৰযান-৩এ উৎক্ষেপনৰ পৰায়ে বাতৰিৰ শিৰোনাম দখল কৰিছে। এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এখন বিশেষ ফটো। ফটোখনত এটা ডাঙৰ তামৰঙী চিলিণ্ডাৰৰ দেখা গৈছে, যিটো অষ্ট্ৰেলিয়াৰ সাগৰ তীৰত উদ্ধাৰ হৈছে। এই ফটোখন শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে, “এইখন জুলাই মাহত ভাৰতে উৎক্ষেপণ কৰা চন্দ্ৰযান-৩ অভিযানৰ মহাকাশযানৰ এটা খণ্ড।” অসমৰ একাধিক ফেচবুক পেজৰ পৰা এই […]

Continue Reading

এই মেচেজটো ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা পঠিওৱা হৈছেনে?

শেহতীয়াকৈ এটা বিশেষ মেচেজ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। হোৱাটচ‌এপত এই মেচেজটো বহুলভাৱে ফ’ৰৱাৰ্ড কৰা হৈছে। মেচেজটো এনেধৰণৰ –  “উচ্চ সতৰ্কবাণী: সাৱধান, ঘৰ লুট কৰাৰ শেহতীয়া এটা উপায় অৱলম্বন কৰিছে অপৰাধী চক্ৰই। এনে এটা গোটে গৃহ পৰিক্ৰমা বিষয়াৰ অভিনয় কৰি দুৱাৰে দুৱাৰে গৈ আছে। তেওঁলোকৰ হাতত নথি-পত্ৰ আৰু গৃহ মন্ত্ৰণালয়ৰ বিভাগৰ লেটাৰহেড আছে আৰু […]

Continue Reading

সামৰিক পোছাক পিন্ধা মহিলাগৰাকী সীমা হাইদৰ হয়নে?

পাকিস্তানৰ পৰা নেপাল হৈ আহি ভাৰতত প্ৰবেশ কৰা সীমা হাইদৰৰ কাহিনী বৰ্তমান বহুল ভাবে চৰ্চিত। এই সম্পৰ্কে বহু ফটো আৰু ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। শেহতীয়াকৈ সীমা হাইদৰ বুলি পাকিস্তানী সেনাৰ পোছাক পৰিধান কৰা এগৰাকী মহিলাৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইউনিফৰ্ম পৰিহিত মহিলাগৰাকী সীমা হাইদৰ বুলি দাবী কৰা হৈছে। কোৱা হৈছে যে তেওঁ […]

Continue Reading

মণিপুৰত বিজেপি সমৰ্থকে ৩০০ বছৰ পুৰণি গীৰ্জা জ্বলাই দিছে নেকি? সত্যটো কি?

শেহতীয়াভাৱে মণিপুৰত কুকি আৰু মেইটেইৰ মাজত চলি থকা সংঘাতৰ সাক্ষী হৈছে সমগ্ৰ দেশ তথা বিশ্ব। এই সংঘাতত এতিয়ালৈকে ১৫০ জনতকৈয়ো অধিক লোকৰ মৃত্যু হৈছে। এই প্ৰেক্ষাপটত এটা বৃহৎ অগ্নিকাণ্ডত জ্বলি থকা গীৰ্জাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু এই ঘটনা মণিপুৰত সংঘটিত হোৱা বুলি দাবী কৰা হৈছে৷ দাবীটোত এইটোও কোৱা হৈছে যে প্ৰতিবাদৰ […]

Continue Reading